DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চি কেলেংকাৰিত জড়িত শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 4:14 pm
DTO-570x320

ভদ্ৰৱেশী প্ৰসেনজিৎ কুমাৰ ঘোষৰ এটা ফাইল ফটো

90
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে  শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষক এপিএছচি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।।

উল্লেখযোগ্য যে এ পি এছ চিৰ চেয়াৰমেন ৰাকেশ পালৰ পৰা টকাৰে এচিএছ আৰু এপিএছ বিষয়াৰ চাকৰি ক্ৰয় কৰা ভালেকেইজন ভব্য-গব্য বিষয়া আৰক্ষীৰ জালত পৰি বিগত বছৰত অসমৰ সংবাদ শিৰোনাম দখল কৰি আছিল। চলিত বছৰতো কেইবাগৰাকীও এপিএছ আৰু এচিএছ বিষয়া আৰক্ষীৰ জালত পৰিছিল।

আজি ডিব্ৰুগড় আৰক্ষীয়ে শোণিতপুৰৰ জিলা পৰিবহণ বিষয়াজনক জনক টকাৰে এ পি এছ চিৰ চাকৰি কিনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।  শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষ  পূৰ্বে মাৰ্চ মাহৰ ৭ তাৰিখে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চি আই ডি) কয়লা কেলেংকাৰিত  জড়িত আছিল নেকি তাৰ অনুসন্ধান কৰিছিল।

উল্লেখ্য যে পূৰ্বতে ঘোষক কামৰূপৰ (মহানগৰ) জিলা পৰিবহণ বিষয়া (এনফৰ্চমেণ্ট) হিচাপে নিযুক্তি দিয়া হৈছিল। যোৱা ১১ মাৰ্চত তেওঁৰ নামটো এ পি এছ চি কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পিছত তেওঁক শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া হিচাপে বদলি কৰা হৈছিল।

ফেব্ৰুৱাৰি মাহৰ ১ তাৰিখে বশিষ্ঠত দুখন অতিৰিক্তকৈ কয়লা কঢ়িওৱা ট্ৰাক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই ট্ৰাকদুখন পৰিবহণ বিভাগৰ খানাপাৰাস্থিত চেকপ’ষ্টত ধৰা নপৰাকৈ পাৰ হৈ আছিছিল। এইদৰে ট্ৰাকসমূহে অতিৰিক্তকৈ কয়লা কঢ়িয়াই ৰাজ্যৰ ৰাজকোষক এক বিৰাট পৰিমাণৰ ৰাজহ ফাকি দি আহিছিল।

ফেব্ৰুৱাৰিৰ এক তাৰিখে অতিৰিক্ত কয়লা কঢ়িওৱা ট্ৰাকদুখনৰ সন্দৰ্ভত অৰক্ষীয়ে ঘোষক জেৰা কৰিছিল।

দিচপুৰৰ বিধায়ক অতুল বৰাই কয়লা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত তেওঁক নিলম্বন কৰা দাবী তুলিছিল।

Recent News

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd