• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

শ্বিলঙত ৩ এপ্ৰিলৰ সন্ধিয়ালৈকে বন্ধ থাকিব ৰাজহুৱা পানী যোগান

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , April 3, 2018 4:20 pm

1 min read

শ্বিলঙত ৩ এপ্ৰিলৰ সন্ধিয়ালৈকে বন্ধ থাকিব ৰাজহুৱা পানী যোগান
60
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে সন্ধিয়ালৈকে পানী যোগান বন্ধ থাকিব শ্বিলঙৰ কিছু কিছু এলেকাত। পানী যোগান কেন্দ্ৰত হোৱা বিজুতিৰ বাবে এনে হ’ব বুলি ২ এপ্ৰিল সোমবাৰে কৰ্তৃপক্ষই জনাইছে।

বৃহত্তৰ শ্বিলং চক্ৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তাই জাৰি কৰা এক বিবৃতি অনুসৰি ১ এপ্ৰিলৰ পুৱা লেদ মৰেঙৰ ওচৰৰ লামচৰিউত থকা বৃহত্তৰ শ্বিলং পানী যোগান আঁচনিত হোৱা যান্ত্ৰিক বিসংগতিৰ কাৰণে ৩ এপ্ৰিলৰ সন্ধিয়ালৈকে পানী যোগান ব্যাহত হ’ব।

এই সময়চোৱাত পানী যোগান ব্যাহত হ’ব লগা এলেকাসমূহ হ’ল শ্বিলং নগৰপালিকা এলেকা, শ্বিলং কেণ্টণ্টমেন্ত ব’ৰ্ড এলেকা, নংথিমাই আৰু মৱলাই। কৰ্তৃপক্ষই লগতে জনাই ‘৩ এপ্ৰিলৰ সন্ধিয়াৰ ভিতৰত পানী যোগান স্বাভাৱিক কৰি তোলাৰ বাবে বিসংগতি দূৰীকৰণৰ সকলো ব্যৱস্থা লোৱা হৈছে।’

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd