• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰমিকসকলৰ দক্ষতা বিকাশ প্রশিক্ষণ আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী পল্লবলোচন দাসে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2018 11:17 pm
118
VIEWS
Share on FacebookShare on Twitter

আজি গণেশগুৰিৰ নেডফি হাউছত শ্ৰম কল্যাণ বিভাগৰ অধীনত শ্ৰমিক সকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণ আঁচনিৰ শুভাৰম্ভ কৰে শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী পল্লবলোচন দাসে।

আঁচনিখনৰ সন্দৰ্ভত সংবাদ মাধ্যমক জনাই মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে মঙ্গলদৈ, টিহু আৰু ৰঙিয়াত ৯০০ শ্ৰমিকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।

এই ৯০০ শ্ৰমিকক পূৰ্বোত্তৰ কনচ’ৰটিয়াম অব আছামৰ বিশেষভাবে প্ৰশিক্ষিত ১৮ গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি তেওঁ কয়।

উপৰি শ্ৰমিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাক চৰকাৰে অন্যতম লক্ষ্য হিচাপে লৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘নিৰ্মাণ শ্ৰমিকসকলে মেটাৰনিটিৰ ক্ষেত্ৰত  ২০০০ টকাকৈ সাহায্য লাভ কৰিব। স্বাস্থ্য পৰীক্ষাৰ বাবদ ৫০০০ টকা প্ৰদান কৰা হ’ব। কোনো শ্ৰমিক মৃত্যু মুখত পৰিলে প্ৰধানমন্ত্ৰী জীবনজ্যোতি আঁচনিৰ অধীনত ২ লাখ টকা সাহায্য পাব। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ’লে অথবা নহ’লেও ২ লাখ টকা পাব।”

তেওঁ আৰু কয়, “শ্ৰমিকসকলৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবদ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ১৫০০ টকা, ষষ্ঠ-সপ্তম শ্ৰেণীত ২৭৫০ টকা, অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ৪০০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীত ৭০০০ টকা আৰু স্নাতক পৰ্য্যায়ত আৰু ডিগ্ৰী অথবা আই টি আই কৰিলে ১০,০০০ টকা আৰু স্নাতকোত্তৰ ডিগ্ৰী কৰিলে ২০০০০ টকা লাভ কৰিব। ”

তদুপৰি কোনো শ্ৰমিক কাম কৰি থকা অৱস্থাত আঘাত পাই বিকলাঙ্গ হৈ গ’লে ৩ লাখ টকা সাহাৰ্য্য লাভ কৰিব। লগতে শ্ৰম কৰিব নোৱাৰা নিৰ্মাণ শ্ৰমিকসকলক মাহে ২০০০ টকা পেঞ্চন প্ৰদান কৰাৰ উপৰিও বছৰে বছৰে ১০০ টকাকৈ যোগ হৈ থাকিব।”

অনুষ্ঠানটোত শ্ৰম আয়ুক্ত তপন চন্দ্ৰ শৰ্মা, অতিৰিক্ত শ্ৰম আয়ুক্ত কিমটিঙ চিংচং আৰু ডেপুটী শ্ৰম আয়ুক্ত অনুসূয়া দত্ত উপস্থিত আছিল।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd