• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

শৰণাৰ্থীৰ সমস্যাৰ  স্থায়ী নিষ্পত্তিৰ  দাবী নেপালস্থিত ভুটীয়া শৰণাৰ্থী প্ৰতিনিধিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 5:28 pm
Bhutanese-refugees-570x320

নেপালৰ শৰণাৰ্থী শিবিৰত ভুটানৰ নৰসংহাৰৰ বলি ভুটীয়া শৰণাৰ্থী

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুটানত ১৯৯০ৰ দশকত সংঘটিত জনগোষ্ঠীয় সংঘৰ্ষৰ বলি হৈ তথা ভুটানৰ ৰজা জিগমে ছিংগে ৱাংচুকে আৰম্ভ কৰা জনগোষ্ঠীয় উৎখাতকৰণ পৰা ভুটানত ১৯৯০ৰ দশকত সংঘটিত জনগোষ্ঠীয় সংঘৰ্ষৰ বলি হৈ তথা ভুটানৰ ৰজা জিগমে ছিংগে ৱাংচুকে আৰম্ভ কৰা জনগোষ্ঠীয় উৎখাতকৰণ পৰা (ethnic cleansing) সাৰি আহি নেপালত আহি আশ্ৰয় গ্ৰহণ কৰি থকা নেপালী ভাষী ভুটীয়া শৰণাৰ্থী শিবিৰৰ এটা প্ৰতিনিধি দলে নেপাল চৰকাৰৰ পৰা এটা স্থায়ী সমাধান দাবী কৰিছে।
ভুটীয়া শৰণাৰ্থীৰ এটা প্ৰতিনিধি দলে তিনিদিন আগতে নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ গৈ তেওঁলোকৰ সমস্যাৱলীৰ প্ৰতি নেপাল চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। দলটোৱে নেপালৰ গৃহ মন্ত্ৰী ৰাম বাহাদুৰ থাপা, বিদেশ মন্ত্ৰী প্ৰদীপ গয়ালী শৰণাৰ্থীৰ হকে নেপালস্থিত ৰাষ্ট্ৰসংঘৰ উচ্চায়ুক্ত মিনাকো কাকুমা, গৃহ সচিব প্ৰেম কুমাৰ ৰাই আৰু শৰণাৰ্থী সমন্বয় গোট অবৰ সচিব মুনকা নিউপানক সাক্ষাৎ কৰে।
প্ৰতিনিধি দলটোৱে শৰণাৰ্থীসকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ লগতে এখন তৃতীয় ৰাষ্ট্ৰত পুনৰ্বাসনৰো দাবী তোলে। তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছে স্থানীয়কৰণ, আন্তঃজাতীয়কৰণ আৰু যি সকলক পূৰ্বতে বাদ দিয়া হৈছিল তেওঁলোকৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ নবীকৰণ ইত্যাদি।
চৰকাৰী প্ৰতিনিধি, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক সাক্ষাত কৰি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে হেঁচা দিয়া প্ৰতিনিধি দলটোত আছে মোৰাংস্থিত পথৰী-শনিশ্চৰে শিবিৰৰ সম্পাদক চেম্পা সিং ৰাই, বেলদাংগি শিবিৰৰ সম্পাদক ৰাছাইলি আৰু পূৰ্বৰ সম্পাদক য়ুৱৰাজ ছাংপাং ৰাই আৰু বহুতো।

বাছি  নেপালত আহি আশ্ৰয় গ্ৰহণ কৰি থকা নেপালী ভাষী ভুটীয়া শৰণাৰ্থীসকলে নেপাল চৰকাৰৰ পৰা এটা স্থায়ী সমাধান দাবী কৰিছে।

Apply Now

ভুটীয়া শৰণাৰ্থীৰ এটা প্ৰতিনিধি দলে তিনিদিন আগতে নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ গৈ তেওঁলোকৰ সমস্যাৱলীৰ প্ৰতি নেপাল চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। দলটোৱে নেপালৰ গৃহ মন্ত্ৰী ৰাম বাহাদুৰ থাপা, বিদেশ মন্ত্ৰী প্ৰদীপ গয়ালী শৰণাৰ্থীৰ হকে নেপালস্থিত ৰাষ্ট্ৰসংঘৰ উচ্চায়ুক্ত মিনাকো কাকুমা, গৃহ সচিব প্ৰেম কুমাৰ ৰাই আৰু শৰণাৰ্থী সমন্বয় গোট অবৰ সচিব মুনকা নিউপানক সাক্ষাৎ কৰে।

প্ৰতিনিধি দলটোৱে শৰণাৰ্থীসকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ লগতে  এখন তৃতীয় ৰাষ্ট্ৰত পুনৰ্বাসনৰো দাবী তোলে। তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছে স্থানীয়কৰণ, আন্তঃজাতীয়কৰণ আৰু যি সকলক পূৰ্বতে বাদ দিয়া হৈছিল তেওঁলোকৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ নবীকৰণ ইত্যাদি।

চৰকাৰী প্ৰতিনিধি, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক সাক্ষাত কৰি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে হেঁচা দিয়া প্ৰতিনিধি দলটোত আছে মোৰাংস্থিত পথৰী-শনিশ্চৰে শিবিৰৰ সম্পাদক চেম্পা সিং ৰাই, বেলদাংগি শিবিৰৰ সম্পাদক ৰাছাইলি আৰু পূৰ্বৰ সম্পাদক য়ুৱৰাজ ছাংপাং ৰাই আৰু বহুতো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd