DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শৰীৰ চৰ্চা কৰি থকা অৱস্থাতে যোৰাহাটত যুৱতীৰ কৰুণ মৃত্যু

এন ই নাও নিউজ ব্যুৰো, যোৰহাট : by এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
November 30, 2017 1:56 pm
শৰীৰ চৰ্চা কৰি থকা অৱস্থাতে যোৰাহাটত যুৱতীৰ কৰুণ মৃত্যু
253
VIEWS
Share on FacebookShare on Twitter

যোৰহাটত শৰীৰ চৰ্চা কৰি থকা অৱস্থাতে এগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।কালি যোৰহাটৰ তৰাজান অঞ্চলৰ এগৰাকী যুৱতী সঞ্চিতা বৰাই অইন দিনাৰ দৰে চহৰখনৰ গড় আলিৰ ক্ৰিষ্টেল প্লাজাত থকা পাৱাৰ ফেক্টৰী নামৰ জিম কেন্দ্ৰটোত শৰীৰ চৰ্চা কৰিবলৈ গৈছিল।শৰীৰ চৰ্চা কৰি থকা সময়তে যুৱতীগৰাকী হঠাৎ অসুস্থ হৈ পৰে আৰু জিমৰ কৰ্মচাৰীসকলে সঞ্চিতাক প্ৰাথমিক শুশ্ৰুষা কৰি থকা সময়তে সঞ্চিতা সংজ্ঞাহীন হৈ পৰে।

জিমৰ কৰ্মচাৰীসকলে সঞ্চিতাৰ মাতৃক খবৰ দিয়ে আৰু সঞ্চিতাৰ মাতৃ আহি আনসকলৰ সহযোগত সঞ্চিতাক সঞ্জীৱনী নামৰ নাৰ্ছিংহ’মখনত ভৰ্তি কৰোৱায়। কিন্তু চিকিৎসকে আহি সঞ্চিতাক পৰীক্ষা কৰি তেওঁৰ ইতিমধ্যে মৃত্য হোৱা ঘোষণা কৰে। হৃদৰোগত আক্ৰান্ত হৈ সঞ্চিতাৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে। আনহাতে, পৰিয়ালৰ লোকে সঞ্চিতাৰ পূৰ্বতে এনেকুৱা কোনো ৰোগৰ লক্ষণ নাছিল বুলি দোহাৰিছে। সঞ্চিতা বৰা যোৰাহাটৰ তৰাজানৰ প্ৰয়াত ড০ দুলাল বৰাৰ কন্যা।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd