• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংগ্ৰহালয় কৰি তোলা হ’ব ডিব্ৰুগড়ৰ ৰূপকোঁৱৰৰ বাসগৃহটো

NE NOW NEWS এন ই নাও নিউজ
ডিব্ৰুগড় , May 31, 2018 8:23 am

1 min read

তামোলবাৰী চাহবাগিচা
179
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটোক সংৰক্ষণ কৰি ইয়াক সংগ্ৰহালয় কৰাৰ পৰিকল্পনাৰে বিভিন্ন দিশ চালি চোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

বুধবাৰে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে এই উদ্দেশ্যেৰে তামোলবাৰী চাহ বাগিচাত উপস্থিত হয়। চাহ বাগিচাখনৰ মাজত ৰূপকোঁৱৰৰ বাসগৃহটো তেওঁলোকে পৰিদৰ্শন কৰে।

তেওঁলোকে বাগিচা কৰ্তৃপক্ষৰ সৈতে ৰূপকোঁৱৰৰ পৰিত্যক্ত বাসগৃহটো অসমৰ সাংস্কৃতিক জগতৰ নমস্য ব্যক্তিগৰাকীৰ কৰ্মৰাজিক প্ৰতিফলিত কৰা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰি ৰাইজ তথা পৰ্যটকৰ বাবে সেইটো মুকলি কৰি দিয়াৰ বিষয়ে আলোচনা কৰে। বাগিচা কৰ্তৃপক্ষই এই সন্দৰ্ভত জিলা প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

এই সমগ্ৰৰ পৰিকল্পনাটো কাৰ্য ৰূপায়িত কৰাৰ বাবে ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, জিলা উপায়ুক্ত লয়া মাদুৰী, বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া আৰু চলচ্চিত্ৰ পৰিচালক চাৰুকমল হাজৰিকাক লৈ এখন সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ডিব্ৰুগড় জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক জিলা সাহিত্য সভাই আদৰণি জনাইছে।

Recent News

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd