DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংহত টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰী অশোক গজপতি ৰাজুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 8:45 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
546
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত নতুনকৈ নিৰ্মাণ হ’ব সংহত টাৰ্মিনেল বিল্ডিং। ২৮ জানুৱাৰি তাৰিখে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণমন্ত্ৰী অশোক গজপতি ৰাজুৱে সংহত টাৰ্মিনেল বিল্ডিংটোৰ আধাৰশিলা স্থাপন কৰিব।

উল্লেখযোগ্য যে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় বিমান প্ৰাধিকৰণে নিৰ্মাণ কৰিব এই সংহত টাৰ্মিনেল বিল্ডিংটো।

সম্প্ৰতি দৈনিক ৭৫ খন বিভিন্ন ধৰণৰ উৰাজাহাজ উৰণ বা অৱতৰণ কৰা বিমান বন্দৰটোত এই নতুন টাৰ্মিনেল বিল্ডিংটো সম্পূৰ্ণ হৈ উঠাৰ ফলত বিমান উৰণৰ ক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

বৰঝাৰ বিমান বন্দৰত দুটাকৈ সংহত টাৰ্মিনেল বিল্ডিং আছে যদিও নতুনকৈ নিৰ্মাণ হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাৰ্মিনেল ভৱনটোৰ ফলত দৈনিক বিমান উৰণৰ সংখ্যা ১০০তকৈ অধিক বৃদ্ধি পোৱাটো নিশ্চিত।

লক্ষ্যণীয় যে গুৱাহাটী বিমান বন্দৰত নিশা দহ বজাৰ পিছত বিমান উৰণ তথা অৱতৰণ বন্ধ হৈ থাকে। কিন্তু এই বছৰৰে ২৫ মাৰ্চৰ পিছৰ পৰা দিনে নিশাই বিমানৰ উৰণ-অৱতৰণ অব্যাহত থাকিব। দিনে-নিশাই বিমান সেৱা মুকলি ৰকাৰ বাবে অত্যাধুনিক ব্যৱস্থা গঢ়ি তোলা বুলিও বৰঝাৰৰ বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষই জানিবলৈ দিছে।

ইপিনে বৰঝাৰ বিমানবন্দৰৰ টাৰ্মিনেল ভৱনটোৰ আধাৰশিলা স্থাপন কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰাৰ বাবে মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমুথুৰ অধ্যক্ষতাত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বিমান কোঠ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়ববীয়াৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা বৈঠকখন অনুষ্ঠিত হৈছিল খানাপাৰাত।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd