DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমাগত বান, মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত অৱহেলিত কৃষকৰ দুৰ্দশা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 28, 2018 10:30 am
majuli farmer
73
VIEWS
Share on FacebookShare on Twitter

স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিতে অৱহেলিত হ’বলগীয়া হৈছে বান গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা কৃষক। যোৱাটো বানৰ ক্ষয় ক্ষতিৰ বাবদ এই পৰ্যন্ত ক্ষতিপূৰনৰ নামত এটকাও পাবলৈ সক্ষম হোৱা নাই মাজুলীৰ কৃষকসকল। ইফালে চলিত বৰ্ষৰ বান সমাগত। এনে পৰিস্থিতিত দৰিদ্ৰ কৃষকৰ প্ৰতি চৰকাৰৰ এনে হেমাহিয়ে হাহাকাৰ নমাই আনিছে মাজুলীৰ কৃষক পৰিয়াল সমূহলৈ।

উল্লেখ্য যে ২০১৭ বৰ্ষৰ বানত মাজুলীৰ ২২ হাজাৰ কৃষক পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৪০ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বালিয়ে পুতি কৃষিৰ অনুপযোগী কৰি তুলিছিল। বালিয়ে পোতা কৃষিভূমিৰ ৯৫ টা পৰিয়ালে এতিয়া কটাবলগীয়া হৈছে দুৰ্বিসহ জীৱন।

উল্লেখ্য, যোৱা বৰ্ষৰ ২৭ জুলাইত গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব ভি শশাংশ শেখৰৰ নেতৃত্বত কেন্দ্ৰীয় জল আয়োগৰ শ্বিলঙৰ মুখ্য অভিযন্তা পি এম স্কট, বিত্ত বিভাগৰ সহকাৰী সঞ্চালক বি কে মিশ্ৰ সহ এটা উচ্চস্তৰীয় দল মাজুলীত উপস্থিত হৈ বানৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে দৰিদ্ৰ কৃষকসকলক বান শুকালেই ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বন মন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱাও মাজুলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষক সকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। পিছে বৰমূৰীয়াৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতিয়ে হৈ থাকিল।

যোৱা বানত বালিৰে ভৰি পৰা ৪০ হেক্টৰ কৃষিভূমিৰ কৃষকসকলে এতিয়া কৃষি কৰ্মৰ পৰিবৰ্তে দিন হাজিৰাৰে পৰিয়াল পোহ পাল দিব লগা অৱস্থা হৈছে।

Recent News

CM relief fund: মানৱতাৰ নিদৰ্শন! টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা

CM relief fund: মানৱতাৰ নিদৰ্শন! টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা

Assam Career

Assam Career : খাৰুপেটীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী , জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Assam Career

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd