• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক-কেমেৰা দেখি ‘অপৰাধী’ৰ দৰে দৌৰি পলাল মন্ত্ৰী ফণীভূষণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 1, 2018 9:17 pm

1 min read

Not Prafulla Mahanta, AGP's leader is Atul Bora: declares Assam minister Phanibhushan

ফণীভূষণ চৌধুৰী। ফাইল ফটো।

86
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ আজিৰ কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ প্ৰসংগটোত অগপৰ মন্ত্ৰীকেইজনে ৰাইজৰ আশাৰ বিপৰীতে গৈ লজ্জাজনক নীৰৱ ভূমিকা লোৱাৰ পিছত সংবাদমাধ্যমৰ অস্বস্তিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সাহস গোটাব নোৱাৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। ফলত সাংবাদিক আৰু কেমেৰা দেখি দৌৰি পলাল মন্ত্ৰীজন। অৱশ্যে এয়া মন্ত্ৰীজনৰ অপৰাধবোধ নে লজ্জাবোধ জনা নগ’ল।

উল্লেখযোগ্য যে আজি কেবিনেট বৈঠকত অগপৰ তিনিজনকৈ মন্ত্ৰী ক্ৰমে- অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী উপস্থিত আছিল। কিন্তু বিধেয়কখন সন্দৰ্ভত এজনেও একো এটা কথাই নুলিয়ালে বুলি জানিব পৰা গৈছে। অথচ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কেবিনেট বৈঠক দাবী কৰি আহিছিল বিজেপিৰ মিত্ৰ তথা চৰকাৰৰ অংশীদাৰ দলটোৱে।

মন কৰিব লগীয়া কথাটো হ’ল কালি, অৰ্থাৎ বৈঠকখনৰ মাত্ৰ এদিন পূৰ্বে সংবাদমেল দি দলটোৱে কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো উত্থাপন কৰিব বুলিও কৈছিল।

মন কৰিব লগীয়া যে বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ অসমত সৃষ্টি হোৱা গণ-বিৰোধ তথা গণ-আন্দোলনত নিজকে চামিল কৰি ইয়াৰ ৰাজনৈতিক লাভ আদায়ৰ চেষ্টা কৰা অগপ দলটোৰ এই দুমুখীয়া স্থিতিক লৈ এতিয়া সকলোকে সৰৱ হৈ পৰা দেখা গৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd