• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক দায়িত্বৰ পৰা অব্যাহতি

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
, November 21, 2017 8:47 am

1 min read

সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক দায়িত্বৰ পৰা অব্যাহতি
90
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা তথা সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ অহা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক অসম চৰকাৰৰ জনসংযোগ বিভাগে ‘ৰাইজৰ বাতৰি’ৰ পৰা তেওঁ পালন কৰি থকা উপদেষ্টাৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে। উল্লেখযোগ্য যে চক্ৰবৰ্তীৰ শেহতীয়া মন্তব্যই ছ’চিয়েল মিডিয়াত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছিল। বিশেষকৈ চক্ৰবৰ্তীয়ে যুৱ নেতা কমল কুমাৰ মেধিক জাতত ধৰি গালি পৰাক লৈ আৰু কলিতা জাতিক সাঙুৰি কথা কোৱা বাবে তেওঁ ছ’চিয়েল মিডিয়াত কটু সমালোচনাৰ সন্মুখীন হৈছে। অসমৰ বহুকেইঠাইত বিভিন্ন দল-সংগঠনে তেওঁৰ মন্তব্যৰ প্ৰতিবাদ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে শেহতীয়াকৈ থানাত একাধিক গোচৰ ৰুজু হৈছে।

আনহাতে আজি পুৱাৰ ভাগত এখন সংবাদমেল আয়োজন কৰি বিশিষ্ট সাংবাদিকজনে তেওঁ ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি লোৱা বুলি ঘোষণা কৰে। সংবাদমেলখনত চক্ৰবৰ্তীয়ে কয় যে তেওঁ অসম সাহিত্য সভাৰ কমিটিকে ধৰি সকলো ধৰণৰ ৰাজহুৱা কাম-কাজৰ পৰা আঁতৰি আহিছে আৰু তেওঁক অসমৰ মানুহে মৃত বুলি ধৰিব পাৰে। তেওঁ নিজকে সকলো ধৰণৰ সভা-সমিতিৰ পৰা আঁতৰাই ৰাখিব বুলিও ঘোষণা কৰে।

Recent News

Dibrugarh-University-570x320

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd