• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক সুদীপ দত্ত ভৌমিক হত্যাকাণ্ড : কমাণ্ডেণ্ট  তপন দেৱবৰ্মাক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা :
, November 22, 2017 7:49 am

1 min read

Reporter Protest

গুৱাহাটীতো সুদীপ দত্ত ভৌমিকক হত্যাৰ প্ৰতিবাদ

76
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক  হত্যাৰ  সন্দৰ্ভত টি এছ আৰ দ্বিতীয় বেটেলিয়নৰ কমাণ্ডেণ্ট  তপন দেৱবৰ্মাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  ত্ৰিপুৰা চৰকাৰে ঘটনাটো তদন্ত কৰিবৰ বাবে চি বি আইক দায়িত্ব অৰ্পণ কৰিছে। উল্লেখযোগ্য যে মঙলবাৰে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা চেন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক তপন দেৱবৰ্মাৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নন্দগোপাল ৰিয়ানে গুলীয়াই হত্যা কৰিছিল।

আনহাতে সাংবাদিকজনৰ হত্যাৰ প্ৰতিবাদত আজি ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচনে গুৱাহাটীৰ যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত আছু আৰু  জাৰ্নেলিষ্ট ইউনিয়নেও অংশগ্ৰহণ কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে এই প্ৰতিবাদ সাৰ্ব্যস্ত কৰি টি. এছ. আৰ জোৱান জনক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd