DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংসদ আৰ পি শৰ্মাৰ জীয়েকৰ ডেমাকি : কাহিলিপাৰাত হস্তাক্ষৰৰ নমুনা দিবলৈ আহি কৰ্তব্যৰত আৰক্ষীক ৰঙা চকু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2018 1:21 pm
অসম লোকসেৱা আয়োগ ভৱন
81
VIEWS
Share on FacebookShare on Twitter

আজি এ পি এছ চিৰ কেলেংকাৰিত নতুনকৈ তদন্ত প্ৰক্ৰিয়াৰ সন্মুখীন হোৱা ২০১৬ চনৰ ১৯গৰাকী ৰাজপত্ৰিত বিষয়াই হস্তাক্ষৰৰ নমুনা দিবলৈ কাহিলিপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাত উপস্থিত হৈছেহি। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত  ১৩জন এ চি এছ বিষয়া, ৩জন এ পি এছ বিষয়া আৰু এজন ডি টি অ’, এজন কৰ অধীক্ষক আৰু  এজন কৰ পৰিদৰ্শকে হাতৰ আখৰৰ নমুনা দিয়াৰ কথা।

আনহাতে এই নতুনকৈ অভিযুক্তসকলৰ মাজত আছে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ জীয়েক অসম আৰক্ষী সেৱাৰ বিষয়া পল্লৱী শৰ্মাও।

আমোদজনকভাৱে, আজি পুৱাৰ ভাগত কাহিলিপাৰাত উপস্থিত হোৱাৰ পিছতে পল্লৱী শৰ্মাই নিজৰ বিষয়াগিৰি দেখুওৱাৰ চেষ্টা কৰে। তেওঁক গাড়ীৰ পৰা নামি আহিবলৈ কোৱা কৰ্তব্যৰত আৰক্ষীলৈ ঘোপাকৈ চাই থাকে ভালেমান পৰ। তাৰ পাছতে নামি অহাৰ পৰিৱৰ্তে নিজৰ গাড়ীৰ গ্লাছ উঠাই দিয়ে। পল্লৱী শৰ্মাই কৰ্তব্যৰত আৰক্ষীৰ সৈতে বাক-বিতণ্ডাতো লিপ্ত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পল্লৱীৰ সাংসদ দেউতাক আৰ পি শৰ্মাই ১৬ জুলাইত সংবাদমেল দি অভিযোগ কৰিছিল যে তেওঁ আৰু তেওঁৰ জীয়েকৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে। তেওঁৰ জীয়েক নিৰ্দোষী আৰু আইনী প্ৰক্ৰিয়াত জয়ী হ’ব। আনহাতে সাংসদজনে ফৰেনছিকৰ প্ৰতিবেদনো মেনিপুলেট কৰা হয় বুলিও অভিযোগ কৰিছিল।

Recent News

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd