• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

সাময়িক নিলম্বনক প্ৰত্যাহ্বান জনাব স্বৰ্ণ বিজয়ী ভাৰোত্তোলক সঞ্জীতাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2018 2:33 pm

1 min read

Sanjita-Chanu-570x320

ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

622
VIEWS
Share on FacebookShare on Twitter

ড’পিং টেষ্টত দোষী সাব্যস্ত হৈ সাময়িক নিলম্বনৰ সন্মুখীন হোৱা কমনৱেলথ গেইমছত স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা চানুয়ে তেওঁৰ ওপৰত উঠা অভিযোগৰ প্ৰত্যাহ্বান জনাব বুলি প্ৰকাশ কৰিছে।

নিজকে নিৰ্দোষী বুলি দাবী কৰি সঞ্জীতা কয়, ‘মই নিৰ্দোষী। মই কোনো নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰা নাই। নেশ্যনেল ফেডাৰেশ্যনৰ সহযোগত মোৰ বিৰুদ্ধে আৰোপিত নিলম্বনক মই প্ৰত্যাহ্বান জনাম।‘

এই ক্ষেত্ৰত ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনেও খেলুৱৈগৰাকীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। ফেডাৰশ্যনৰ সাধাৰণ সম্পাদক সহদেৱ যাদৱে সংবাদ মাধ্যমক কয়, ‘ড’পৰ পৰীক্ষাৰ ফলাফল উলাওঁতে ইমান দীঘলীয়া সময় কিয় লাগে মই বুজি নাপাওঁ। আমি ‘বি’ নমুনা পৰীক্ষাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছোঁ। মই নিশ্চিত সঞ্জিতাই নিষিদ্ধ ড্ৰাগছ লোৱা নাই।‘

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছত ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হোৱা সঞ্জিতাৰ দেহৰ নমুনা সংগ্ৰহ কৰোঁতে ‘টেষ্টোষ্টেৰন’ নামৰ নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰাত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাই তেওঁৰ ওপৰত সাময়িক নিলম্বন আৰোপ কৰিছিল।

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd