DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুৰা ট্ৰেজেডি : ৰাজ্য চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2019 11:06 am
Survivor-Biren-Ghatowar-and-his-wife-Rekha-Ghatowar-

বিষাক্ত সুৰা সেৱন কৰি চিকিৎসাধীন হৈ থকা এজন ব্যক্তি। ফটো : নৰ্থ-ইষ্ট নাও

402
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ শালমাৰী বাগিচাকে ধৰি কেইবা ঠাইতো বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে মৃত্যুক আঁকোৱালি লোৱা ঘটনাৰ বাবেই এতিয়া ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৰোষত পৰিব লগীয়া হৈছে অসম চৰকাৰ।

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ২৫ ফেব্ৰুৱাৰি অৰ্থাৎ সোমবাৰে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি ৰাজ্যৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। ৰাজ্য চৰকাৰে চাৰি সপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় মানৱাধিকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি জনায়।

মানৱাধিকাৰক প্ৰদান কৰিব লগীয়া প্ৰতিবেদনত কিদৰে উক্ত লোকসকলে বিষাক্ত সুৰা সেৱন কৰিলে, উক্ত ঘটনাত মৃত্যু হোৱা লোকৰ বাবে দায়ী কোন আৰু দায়ী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আদি কথা উল্লেখ কৰিব লাগিব।

আনহাতে মৃত লোকসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছে নে নাই তথা পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে, এই সকলোবোৰ তথ্য বিস্তৃতৰূপত দাঙি ধৰিব লাগিব।

উল্লেখ্য যে গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ প্ৰায় ডেৰ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে। তদুপৰি এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে। এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd