• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণালী অধ্যায়লৈ আৰু মাত্ৰ এটা খোজ : ইতিহাস সৃষ্টিৰ দুৱাৰডলিত অংকুশিতা বড়ো

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
, November 25, 2017 6:10 am

1 min read

সোণালী অধ্যায়লৈ আৰু মাত্ৰ এটা খোজ : ইতিহাস সৃষ্টিৰ দুৱাৰডলিত অংকুশিতা বড়ো

বিশ্ব যুৱ মহিলা বক্সিঙৰ ছেমিত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে নীলা জাৰ্ছিৰে অংকুশিতা বৰো।

186
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত চলি থকা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি অসমৰ অংকুশিতা বড়োৱে এক প্ৰকাৰৰ ইতিহাস সৃষ্টি কৰিছে। অংকুশিতাই কালি হোৱা প্ৰতিযোগিতাখনৰ ৬৪ কেজি শাখাৰ ছেমি ফাইনেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই অসমবাসীৰ বাবে এই সুখবৰ কঢ়িয়াই আনে। থাইলেণ্ডৰ শক্তিশালী প্ৰতিদ্বন্দ্বী চাকচি থাংচুকক যিদৰে ধৰাশায়ী কৰিলে তালৈ চাই ১৭ বছৰীয়া অংকুশিতা ফাইনেলতো জয়ী হ’ব বুলি অসমবাসীয়ে আশা কৰি আছে। এটা সাধাৰণ, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সীমাবদ্ধতাৰ মাজৰ পৰা নিজৰ সাধনাক আগুৱাই আনি আজি অংকুশিতাই সমগ্ৰ ভাৰতকে সফলতাৰে প্ৰতিনিধিত্ব কৰাৰ লগতে বিশ্ব ক্ৰীড়া জগতত অসমৰ নামো উজলাই তুলিলে। অংকুশিতাৰ সফলতাত তেওঁৰ জন্মস্থান ঠেলামৰাৰ উলুবাৰীত স্থানীয় ৰাইজে আজি ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে। আনহাতে অঞ্চলটোৰ বহু সংখ্যক লোক আজি তেওঁৰ খেল চাবলৈ ষ্টেডিয়ামত আহি উপস্থিত হয়। তেওঁলোকৰ উপস্থিতিয়েও আজি অংকুশিতাক উন্নত প্ৰদৰ্শনৰ বাবে উৎসাহিত কৰিছিল। গেলাৰিৰ পৰা সকলো দৰ্শকেই অংকুশিতাৰ সমৰ্থনত জয়ধ্বনি দিয়া পৰিলক্ষিত হ’ল।

 

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd