• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাস্থ্য খণ্ডৰ সূচকাংক: নীতি আয়োগৰ প্ৰতিবেদনত শেহৰ পিনে স্থান অসমৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2018 7:13 am

2 min read

Directorate-of-Health-Services-Assam
166
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিশ্ববেংক আৰু নীতি আয়োগে সন্মিলিতভাৱে প্ৰকাশ কৰা এখন প্ৰতিবেদনত অসমৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা ছবিখন স্পষ্ট হৈ পৰিছে।

‘হেল্ডি ষ্টেটছ, প্ৰগ্ৰেছিভ ইণ্ডিয়া’ শীৰ্ষক প্ৰতিবেদনত স্বাস্থ্য সূচকাংকৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহৰ এখন তালিকাও প্ৰকাশ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে এই তালিকাত শেহৰ পিনে স্থান লাভ কৰিছে অসমে। এই তালিকাত অসম ১৭ সংখ্যক স্থানত আছে।

স্বাস্থ্য সূচকাংকৰ ফালৰ পৰা তালিকাৰ শীৰ্ষ স্থান লাভ কৰিছে কেৰালাই। কেৰালাৰ পিছতেই এই দিশত স্থান লাভ কৰিছে ক্ৰমে তামিলনাডু, গুজৰাট আৰু হিমাচল প্ৰদেশে।

তালিকাখনৰ একেবাৰে তলৰ স্থানত আছে উত্তৰ প্ৰদেশ। তালিকাৰ শেহৰ পিনে থকা আন ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে বিহাৰ, উৰিষ্যা আৰু মধ্যপ্ৰদেশ।

উল্লেখ্য যে ২০১৪-১৫ বিত্তীয় বৰ্ষক ভিত্তি হিচাপে গ্ৰহণ কৰি শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থা আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিশ্ববেংক আৰু নীতি আয়োগে নৱজাতকৰ মৃত্যুৰ হাৰ, ৫ বছৰ অনুৰ্দ্ধৰ শিশুৰ মৃত্যুৰ হাৰ আদি বিভিন্ন তথ্যৰ আধাৰত ‘হেল্ডি ষ্টেটছ, প্ৰগ্ৰেছিভ ইণ্ডিয়া’ শীৰ্ষক প্ৰতিবেদনখন প্ৰকাশ কৰি আহিছে।

স্বাস্থ্য সূচকাংকৰ বাৰ্ষিক প্ৰদৰ্শনৰ (বিকাশ) দিশত বৃহৎ ৰাজ্যসমূহৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে ঝাৰখণ্ড আৰু জম্মু আৰু কাশ্মীৰ। সেইদৰে সৰু ৰাজ্যসমূহৰ ভিতৰত প্ৰথমৰ ফালে স্থান লাভ কৰিছে মিজোৰাম, মণিপুৰ আৰু গোৱাই।

স্বাস্থ্যখণ্ডৰ বিকাশৰ দিশত অসমৰ এই পুতৌজনক স্থিতিয়ে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ কামকাজত স্বচ্ছতাৰ অভাৱৰ কথাকে সূচায়। কিয়নো দীৰ্ঘ দিনধৰি স্বাস্থ্যখণ্ডত অসমে প্ৰভূত উন্নতি সাধিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰি অহাৰ বিপৰীতে নীতি আয়োগৰ প্ৰতিবেদনে এই সকলো ধাৰণা ভুল প্ৰমানিত কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd