• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বেচ্ছাই চাকৰি এৰিলে এ চি এছ বিষয়া ৰামানুজ হাজৰিকাই : ধেমাজিৰ নিৰ্বাচন বিষয়া হৈ আছিল হাজৰিকা

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 24, 2017 9:02 am
চাকৰি ইস্তফা দিয়া এ চি এছ বিষয়া ৰামানুজ হাজৰিকা

চাকৰি ইস্তফা দিয়া এ চি এছ বিষয়া ৰামানুজ হাজৰিকা

243
VIEWS
Share on FacebookShare on Twitter

২০১৫ চনৰ বেচ্ছৰ এজন এ চি এছ বিষয়াই স্বেচ্ছাই তেওঁৰ চাকৰি ত্যাগ কৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ পদত্যাগ প ত্ৰ প্ৰেৰণ কৰাৰ এক বাতৰি পোৱা গৈছে। এ চি এছ বিষয়াজনৰ নাম হ’ল ৰামানুজ হাজৰিকা আৰু তেওঁ ধেমাজিত নিৰ্বাচন বিষয়া হিচাপে কৰ্মৰত আছিল। এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তই নিত্য নতুন মাত্ৰা লোৱাৰ সময়তে ৰামানুজ হাজৰিকাৰ এই পদত্যাগে বিশেষ তাৎপৰ্য্য বহন কৰিছে। কাৰণ কেলেংকাৰিটোত ২০১৫ চনৰ পৰীক্ষাৰ দ্বাৰা নিৰ্বাচিত এ চি এছ আৰু এ পি এছ বিষয়াসকলকো সামৰি লোৱা হৈছে আৰু সন্দেহজনক বুলি বিবেচিত উত্তৰ-বহীৰ ফৰেনচিক পৰীক্ষা কৰা হৈছে। এতিয়াও দেশৰ কেইবাটাও ফৰেনচিক পৰীক্ষাগাৰত ২৩০০ খন উত্তৰ-বহী পৰীক্ষাধীন হৈ আছে। এই কাৰণতে বিষয়াজনৰ পদত্যাগক বহুতে সন্দেহৰ চকুৰে চাইছে আৰু কিছুমান সংবাদ মাধ্যমত আজি তেওঁৰ পদত্যাগৰ আঁৰত গ্ৰেপ্তাৰৰ ভয় প্ৰকাশ পোৱা বুলি বাতৰি ওলাইছে। আনহাতে নিজাকৈ প্ৰচাৰ কৰা এটা ভিডিঅ’ত ৰামানুজ হাজৰিকাই সংবাদ মাধ্যমে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ কৰে। তেওঁ য়ু পি এছ চিৰ পৰীক্ষাত সফলতা লাভৰ বাবে আত্মবিশ্বাসী আৰু তাৰ বাবে অধিক সময় দিবলৈহে এই পদত্যাগ বুলি দাবী কৰে।

Recent News

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd