DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰভোগৰ বোৱাৰী ইনাক্ষীৰ শিৰত ‘South Asia Mrs. Classical’ ৰ মুকুট

ইয়াছিন আলী by ইয়াছিন আলী
June 2, 2018 10:12 am
South Asia Mrs Classical
316
VIEWS
Share on FacebookShare on Twitter

সৰভোগৰ লগতে বৰপেটা জিলালৈ এক সুখবৰ কঢ়িয়াই আনিছে সৰভোগৰ বোৱাৰী ইনাক্ষী দাসে। দিল্লীৰ গুৰগাঁওৰ কিংডম অফ ড্ৰীম প্লেছত ২৭ মে’ৰ পৰা ২৯ মে’লৈ অনুষ্ঠিত হোৱা ‘I am me royal India universe- 2018’ শীৰ্ষক প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি ইনাক্ষী দাসে ‘South Asia Mrs. Classical’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

বৰপেটাৰ পৰা গৈ দিল্লীত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰি ‘South Asia Mrs. Classical’ খিতাপ অৰ্জন কৰা কথাটোৱে সৰভোগবাসীক উৎফুল্লিত কৰাৰ লগতে গৌৰৱাম্বিত কৰি তুলিছে।

উল্লেখযোগ্য যে উক্ত খিতাপৰ বাবে দক্ষিণ এছিয়া বিভিন্ন দেশৰ পৰা অসংখ্য প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিছিল যদিও অৱশেষত সকলোক চেৰ পেলাই ইনাক্ষীয়ে নিজৰ শিৰত বিজয় মুকুট পিন্ধিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলক নিজ নিজ দেশৰ কলা-সাংস্কৃতি প্ৰদৰ্শন কৰিবলৈ দিয়া হৈছিল। অসম কন্যা তথা সৰভোগৰ বোৱাৰী ইনাক্ষীয়ে মঞ্চত বিহু নাচ প্ৰদৰ্শন কৰি বিচাৰকৰ লগতে উপস্থিত সকলোকে আপ্লুত কৰি তুলিছিল।

প্ৰতিযোগিতাত উৎকৃষ্ট পাৰদৰ্শিতা আগবঢ়াই ঘৰত উপস্থিত হোৱাৰ পিছত তেওঁ সাংবাদিকৰ আগত কয় যে মনত ইচ্ছা থাকিলে আশা পুৰণ কৰা সম্ভৱ।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd