DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰুসজাইত স্বৰ্ণ জয়েৰে এছিয়াডলৈ ‘ধিং এক্সপ্ৰেছ’ হিমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2018 6:47 am
HimaDas-1-570x320
91
VIEWS
Share on FacebookShare on Twitter

সৰুসজাইত বুধবাৰে সকলোকে চমকিত কৰি অসমৰ এথলেটিকছ ক্ষেত্ৰখনৰ আশাৰ বন্তি ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয়েৰে সোণালী ভৱিষ্যতৰ দিশে আৰু এঢাপ আগুৱালে।

কিনকিনিয়া বৰষুণৰ মাজতে বুধবাৰে সৰুসজাইৰ ট্ৰেকত মসৃন গতিৰে হিমাই  ষ্টাৰ্টিং ব্লকৰ পৰা ওলাই ফিনিশ্বিং ব্লকত উপনীত হোৱা দেখি সকলোৱে উৎফুল্লিত হৈ পৰে। অসম তথা অসমীয়াৰ গৌৰৱ হিমাৰ এই সাফল্যই অসমৰ এথলেটিকছৰ ক্ষেত্ৰখনক এটা নতুন মাত্ৰা আনি দিলে।

মাত্ৰ দুদিনমান আগতে এখন সংবাদ মেলত ট্ৰেকৰ ৰাণী পি টি ঊষা আৰু ভাৰতীয় এথলেটিকছ দলৰ সহ: প্ৰশিক্ষক নায়াৰে হিমা দাসক এছিয়াডত ভাৰতৰ আশাৰ ভঁৰাল বুলি মন্তৱ্য কৰিছিল। তেওঁলোকৰ এই মন্তৱ্যক যেন মান্যতা প্ৰদান কৰিলে সৰুসজাইত হিমাৰ এই সাফল্যই।

দুগৰাকীকৈ অলিম্পিয়ান দূতি চান্দ আৰু শ্ৰাৱণী নন্দাৰ দৰে খেলুৱৈক দীঘলীয়া ষ্ট্ৰাইডেৰে মসৃনভাৱে অতিক্ৰম কৰি ২৩.১০ ছেকেণ্ডেৰ ২০০ মিটাৰত হিমাই স্বৰ্ণ জয় কৰে। হিমাৰ এই সফলতাৰ লগে লগে ক্ৰীড়া প্ৰেমীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ হ’ল।

সাংবাদিকৰ আগত হিমাই প্ৰকাশ কৰিছে যে এছিয়াডলৈ আৰু দুমাহ বাকী আছে। চেষ্টা কৰিম। হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিম।

 

Recent News

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd