• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰৰ বিদ্যালয়ত হাতে বোৱা কাপোৰৰ ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ আহ্বান

সভাপতি চামম by সভাপতি চামম
March 23, 2018 6:27 pm
handloom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ বিদ্যালয়সমূহত হাতে বোৱা কাপোৰৰ পৰা তৈয়াৰ কৰা ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে মণিপুৰ হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট কৰ্প’ৰেইশ্যন লিমিটেডে।

নিগমটোৰ পৰিচালন সঞ্চালক কে লামলি কামেইয়ে জানিবলৈ দিছে যে মণিপুৰৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানলৈ হাতে বোৱা কাপোৰ যোগান ধৰাৰ বাবে  এই নিগমটোৱে সদৌ মণিপুৰ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয় কল্যাণ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে।

Apply Now

এই নিগমটোৰ প্ৰধান উদ্দেশ্য হৈছে চৰকাৰী, ব্যক্তিগত, কোনো বিধিসন্মত গোট, কোম্পানি, পাম আদি নিৰ্বিশেষে ৰাজ্যখনৰ সকলো হস্ততাঁত আৰু হস্তশিল্পৰ গোটসমূহৰ বিকাশ, সাহায্য, উপদেশ, সহায়তা, বিত্ত যোগান আৰু স্বাৰ্থক সুৰক্ষা প্ৰদান কৰা।

কামেইয়ে আৰু কৈছে যে নিগমে বিশেষকৈ নতুন দিল্লীৰ পানথইবি মণিপুৰ এম্প’ৰিয়াম আৰু কলকাতাৰ দক্ষিণাপনত পুনৰ বিক্ৰি কৰাৰ বাবে স্থানীয় হস্ততাঁত আৰু হস্তশিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰী কিনি লৈছে।

কামেইয়ে কোৱা মতে নিগমে নেশ্যনেল হেণ্ডলুম এক্সপো, গান্ধী শিল্প বাজাৰ, স্পেচিয়েল হেণ্ডলুম এক্সপো আৰু সাজ পোচাকৰ থিমেটিক একজিবিশ্যন আৰু মণিপুৰত বস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীক উৎসাহ আৰু বিকশিত কৰাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত মণিপুৰৰ ৫টা ব্লকৰ ৯২৫০ গৰাকী শিপিনিৰ বাবে ৭৯৯.৭৬৪ টকা মোকোলাই দিয়া হৈছে।

তেওঁ উল্লেখ কৰিছে যে হস্ততাঁত আৰু হস্তশিল্পীসকলৰ সময় ৰাহি কৰাৰ বাবে ৰাজ্যখনত হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী বিলি আঁচনি এখন প্ৰৱৰ্তন কৰা হৈছে। এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে তাঁতী আৰু  ৰাষ্ট্ৰীয়/ৰাজ্যিক পৰ্যায়ৰ এক্সপো পাতি তাৰ জৰিয়তে হস্তশিল্পীসকলৰ ঘৰৰ সমুখতে কেঁচা সামগ্ৰী উপলব্ধ কৰোৱা আৰু এম্পোৰিয়াম আৰু অন্যন্য সংস্থাসমূহৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰা।

এতিয়ালৈকে ৰাজ্যখনৰ সকলোকেইখন জিলাৰে মুঠ ৮৬৭৪গৰাকী তাঁতীক বস্ততাঁত বিলি আচনিত সামৰি লোৱা হৈছে আৰু বায়’মেট্ৰিক ব্যৱস্থাৰ জৰিয়তে তাঁতীসকলক তালিকাভুক্ত কৰি থকা হৈছে বুলি কামেইয়ে জনাইছে।

ভাৰত চৰকাৰে অনুসূচিত জাতি আৰু ১৬খন অনুসূচিত জাতিৰ গাওঁৰ পৰা ৩২০গৰাকী শিল্পকাৰক কাৰিকৰী প্ৰশিক্ষণ দিছে যাতে তেওঁলোকে অনুসূচিত জনজাতিৰ শিল্পকাৰসকলক কাৰিকৰী শিক্ষা দিব পাৰে আৰু উৎপাদন বৃদ্ধি কৰা আৰু সমসাময়িক বজাৰৰ প্ৰয়োজন অনুসৰি নতুন কাৰিকৰী দক্ষতা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে।

কামেইয়ে আৰু জানিবলৈ দিছে যে মণিপুৰ বিশ্ববিদ্যালয়ত সদ্যসমাপ্ত ইণ্ডিয়ান ছাইন্স কংগ্ৰেছৰ বাবে ১০০০খন কপাহী বিচনা চাদৰ যোগান ধৰাৰ উপৰিও এছোচিয়েশ্যন অব কৰ্প’ৰেইশ্যন এণ্ড এপেক্স ছ’চাইটিছ অব হেণ্ডলুমৰ ওপৰত ইষ্টাৰ্ন ৰেলৱেই ৫,২২৮টা গাৰুৰ গিলিপ আৰু ১৪,২১৫খন বিচনা চাদৰ যোগান ধৰাৰ অৰ্ডাৰ দিছে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd