DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলং ডনবস্ক’ এলুমনি এছ’চিয়েশ্যনৰ উদ্যোগত কেৰিয়াৰ কাউনছেলিং

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 14, 2018 8:29 am
LKHengna

প্ৰতিনিধিত্বমূলক ফটো

89
VIEWS
Share on FacebookShare on Twitter

হাফলঙৰ ডনবস্ক এলুমনি এচ’চিয়েচনৰ উদ্যোগত শুকুৰবাৰে হাফলং ডনবস্ক কনফাৰেন্স হলত এদিনীয়া কেৰিয়াৰ কাউনছেলিং অনুষ্ঠিত হয়। হাফলঙৰ একাধিক প্ৰথম শাৰীৰ বিদ্যালয়ৰ ক্ৰমে দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলৰ বাহিৰেও কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই কাউনছেলিং প্ৰদান কৰা হয়।

উক্ত কাউনছেলিঙত উপস্থিত থাকে হাফলং চৰকাৰী কলেজৰ অধ্যাপক ৰেণু গুপ্তা, সৰ্বজিত থাউচেন, আচাম ৰাইফেলচৰ কেপ্টেন অভিলাষ সিং,ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়া মোহিত দেবৰাল, হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ব’নি বাথাৰি আৰু স্থানীয় ব্যৱসায়ী থাইচ্ৰিং দাউলাগুপু প্ৰমুখ্যে ব্যক্তিসকল।

আছাম ৰাইফলচৰ বিষয়া অভিলাষ সিঙে সেনা বাহিনীত যোগ দিয়াৰ বিভিন্ন অৰ্হতাৰ ওপৰত পৰামৰ্শ আগবঢ়ায়। একেদৰে হাফলং চৰকাৰী কলেজৰ প্ৰবক্তা সৰ্বজিত থাউচেনেও ছাত্ৰ-ছাত্ৰী সকলক দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত নামভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।

হাফলং ডনবস্ক এলুমনি এচ’চিয়েচনৰ সাধাৰণ সম্পাদক জছৰিদাও ফং’লয়ে কয় যে আচলতে দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ক’ত নামভৰ্তি কৰিব বা কি বিষয়ত পাঠ গ্ৰহণ কৰিব তাক লৈ বিপাঙত পৰে। এনে সমস্যাৰ পৰা ছাত্ৰ সমাজক সকাহ দিয়াৰ লক্ষ্যৰে এই কেৰিয়াৰ কাউনছেলিঙৰ আয়োজন কৰা হৈছে।

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd