DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত কেন্সাৰ ৰোগ সম্পৰ্কত সজাগতা সভা সম্পন্ন

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 8, 2018 12:43 pm
20180408_115500
93
VIEWS
Share on FacebookShare on Twitter

বেচৰকাৰী সংস্থা চানক্য ৱেলফেয়াৰ ছচাইটিৰ উদ্যোগত হাফলঙত কেন্সাৰ ৰোগ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।

ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা এই সজাগতা সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

আনহাতে, কাছাৰ কেন্সাৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসক ৰবি কান্নান অনুষ্ঠানত বিশেষ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। ড০ কান্নানে কয় যে বৰ্তমান সময়ত  ধঁপাত সেৱনৰ পৰাই আশী শতাংশ কেন্সাৰ ৰোগ হয়। তেওঁ লগতে আৰু কয় যে কেন্সাৰ সহজেই নিৰাময় হোৱা এক বেমাৰ। কিন্তু সমস্যা হ’ল সঠিক সময়ত চিকিৎসকৰ দ্বাৰস্থ হোৱা।

ড০ কান্নানে মহিলা সকলক স্তন কেন্সাৰকলৈ সজাগ হোৱাৰ বাবে আহ্বান জনায়। তেওঁ এই বিষয়ত ব্যাখ্যা দাঙি ধৰি কয় যে প্ৰথমে এটা সৰু টিউমাৰ নিচিনা হয় আৰু ইয়াৰ পিছত লাহে লাহে ই ডাঙৰ হয়। তাৰ বাবে কমপক্ষেও দহ বছৰ সময় লাগে। সেয়েহে সজাগতাৰ মাধ্যমেৰে এই কেন্সাৰৰ পৰা ৰক্ষা পাব পাৰি।

উক্ত সজাগতা সভাত হাফলঙৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক, চিকিৎসক, অধ্যাপক, সাংবাদিক আদিকে ধৰি বহু সংখ্যক সচেতন লোক উপস্থিত থাকে।

 

Recent News

Blood donation

ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd