DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশী: কটনিয়ানৰ উত্তাল প্ৰতিবাদ, মুখ্য মন্ত্ৰীৰ অনুপস্থিতিত স্মাৰক পত্ৰ গ্ৰহণ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 10, 2018 10:23 pm
10-05-18 Guwahati- Student Protest Cotton University (7)
99
VIEWS
Share on FacebookShare on Twitter

অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’লে হাত সাৱতি বহি নাথাকে কটনিয়ান। ভাষা আন্দোলন, অসম আন্দোলন সকলোতে কটনিয়ানৰ ভূমিকা অপৰিসীম। পৰম্পৰা অক্ষুন্ন ৰাখি অসমৰ জাতীয় অস্তিত্বৰ সংকট নমাই আনিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰো তীব্ৰ বিৰোধিতা কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখ্য যে বৃহস্পতিবাৰে কটন বিশ্ববিদ্যলয়ত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় লোকসেৱা আয়োগত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।  আৰু সেই উদ্দেশ্যে মুখ্য মন্ত্ৰী সোণোৱালক স্মাৰকপত্ৰ প্ৰদানৰ বাবে সমবেত হৈছিল ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকল।

লগতে পঢ়িব পাৰে: হিন্দু বাংলাদেশী : কটনত বন্দী শিক্ষা মন্ত্ৰী, বিক্ষোভৰ উমান পাই নগ’ল মুখ্য মন্ত্ৰী, ‘অ’ মোৰ আপোনাৰ দেশ’ৰে আৱেগময় পৰিৱেশ

কিন্তু ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভৰ সন্মুখীন হোৱাৰ ভয়ত ৰহস্যজনকভাৱে মুখ্য মন্ত্ৰী সোণোৱাল অনুষ্ঠানত উপস্থিত নাথাকে। ফলত প্ৰতিবাদমুখৰ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে মুখ্য মন্ত্ৰী উপস্থিত নথকাত লেই লেই ছেই ছেই কৰা পৰিলক্ষিত হয়।

10-05-18 Guwahati- Student Protest Cotton University (17)

অবশেষত সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদত সেও মানি মুখ্য মন্ত্ৰীৰ হৈ স্মাৰক পত্ৰ গ্ৰহন কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

কটনীয়ানে প্ৰদান কৰা চাৰি দফীয়া ষ্মাৰক পত্ৰখনৰ প্ৰথমতেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন ৰখাৰ দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে। দ্বিতীয়তে ৮৫৫ গৰাকী চহিদৰ তেজৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পাছত অহা সকলো বিদেশীক বহিষ্কাৰৰো দাবী জনায়।

কটনিয়ানে লগতে নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াতো ব্যাঘাত জন্মাব বুলি স্পষ্ট ৰূপত উল্লেখ কৰি দিয়ে। এই বিধেয়ক বাতিল কৰি অসম চুক্তিৰ ভিত্তিত খিলঞ্জীয়াক ৰক্ষাকৱচ প্ৰদানৰো দাবী জনায় কটন বিশ্ববিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

Recent News

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd