DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্তৰ কোটিটকীয়া আই টি আইত হ’ল জংঘল; পাঠদানৰ সলনি আন এখনহে স্থাপনৰ ঘোষণা ন শিক্ষা মন্ত্ৰীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 28, 2018 5:40 pm
হিমন্তৰ কোটিটকীয়া আই টি আইত হ’ল জংঘল; পাঠদানৰ সলনি আন এখনহে স্থাপনৰ ঘোষণা ন শিক্ষা মন্ত্ৰীৰ

বিশ্বনাথৰ বিহালীৰ আই টি আইখনৰ আজিৰ ছবি। ফট’- কাজি জেইদুল ইছলাম।

110
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাত ডঃ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰী থকা অৱস্থাত স্থাপন কৰা আই টি আইখনত আজিলৈকে পাঠ্যক্ৰমেই আৰম্ভ নোহোৱাৰ ফলত এতিয়া জংঘলে আৱৰি ধৰাৰ বিপৰীতে এতিয়া নতুন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই জিলাখনত আন এখন আই টি আই স্থাপনৰ ঘোষণা কৰাত সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশ্বনাথত উপস্থিত হৈ যোৱা সোমবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই ঘোষণা কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে জিলাখনৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিপুখুৰীবাসী ৰাইজ।

কোটি কোটি টকা ৰাজহুৱা ধন খৰচ কৰি নিৰ্মাণ কৰা পূৰ্বৰ আই টি আইখন আৰম্ভ নকৰাকৈ পুনৰ আন এখন আই টি আই নিৰ্মাণৰ বিৰোধিতা কৰিছে ৰাইজে।

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত সেই সময়ৰ বিশ্বনাথ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আই টি আইখন  উদ্বোধনো কৰিছিল।

বৰ্তমান ৰঙাপাৰাৰ বিজেপি বিধায়ক পল্লৱ লোচন দাস বিহালীৰ কংগ্ৰেছ বিধায়ক হৈ থকাৰ সময়তেই বিশ্বনাথৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিপুখুৰীত আই টি আইখনৰ আধাৰশিলা স্থাপন কৰিছিল তৰুণ গগৈ চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা মন্ত্ৰিত্বৰ কালত নিযুক্ত চুক্তিভিত্তিক শিক্ষকসকলক দৰমহা দিব নোৱাৰিম বুলি নতুন শিক্ষা মন্ত্ৰীয়ে কৰা ঘোষণাক লৈয়ো অসমৰ শিক্ষকসকলে প্ৰতিবাদ জনাই আহিছে।

Recent News

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd