DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হীৰেন নাথৰ পিছত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2018 7:32 pm
হীৰেন নাথৰ পিছত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট
84
VIEWS
Share on FacebookShare on Twitter

আজি কিছু দিনৰ পূৰ্বে আৰক্ষী আয়ুক্ত হীৰেন নাথৰ নামত এক দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খোলাৰ পিছতে এইবাৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট।

উল্লেখযোগ্য যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নামত ‘কুলধৰ শইকীয়া’ নামেৰে ১১ জুনত এটা ভুৱা একাউণ্ট কোনো দুৰ্বৃত্তই খোলে। আনহাতে জানিব পৰা মতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ প্ৰকৃত একাউণ্টটো ‘কুল শইকীয়া’ বুলিহে ফেচবুকত আছে।

মন কৰিব লগীয়া যে ৮ জুনৰ কাৰ্বি আংলঙৰ ডকমকাৰ ঘটনাৰ পিছতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিছিল। কিন্তু অসম আৰক্ষীৰ সতৰ্কবাণীক উপলুঙা কৰি এজন দুৰ্বৃত্তই আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথৰ নামত এটা ভুৱা ফেচবুক একাউণ্ট খুলিছিল।

অৱশ্যে ইয়াৰ পিছতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত কৰি নগাঁৱৰ পৰা আৰক্ষী আয়ুক্ত গৰাকীৰ নামত ভুৱা ফেচবুক একাউণ্ট খোলাৰ অপৰাধত এজন দুৰ্বৃত্তক আটক কৰিছিল।

আনহাতে ইয়াৰ পিছতে ৰাজ্য চৰকাৰে ছচিয়েল মিডিয়া নীৰিক্ষণৰ বাবে এটা বিশেষ গোট গঠন কৰি দিছিল। কিন্তু ইয়াৰ পিছতো ছচিয়েল মিডিয়াত দুৰ্বৃত্তৰ উপদ্ৰৱ কমা নাই। এই কথা প্ৰমাণ কৰিছে এইবাৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নামত কোনো দুষ্ট চক্ৰই খোলা ভুৱা ফেচবুক একাউণ্টে।

ইফালে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নামত ভুৱা ফেচবুক একাউণ্ট খোলা প্ৰসংগ সন্দৰ্ভত আৰক্ষী আয়ুক্ত হীৰেন নাথে কয় যে, ‘ইতিমধ্যে পাণবজাৰ থানাত গোচৰ ৰুজু কৰা হৈছে, ক্ৰাইম ব্ৰাঞ্চৰ জৰিয়তে তদন্ত চলোৱা হৈছে আৰু উক্ত ঘটনাক লৈ ৰিপৰ্ট প্ৰেৰণ কৰা হৈছে, শীঘ্ৰে কৰায়ত্ত কৰা হ’ব দুৰ্বৃত্তক।’

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd