DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

য়ুনিক’ডত সন্নিৱিষ্ট হ’বনে অসমীয়া লিপি? অপেক্ষা লণ্ডনৰ বৈঠকলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2018 9:11 am
Microsoft-570x320

প্ৰতিনিধিত্বমূলক ছবি

156
VIEWS
Share on FacebookShare on Twitter

অসমীয়া লিপিক য়ুনিক’ডত সন্নিৱিষ্ট কৰাকলৈ অহা ১৮ জুনৰ পৰা ২২ জুনলৈ লণ্ডনত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ ৱৰ্কিং গ্ৰুপৰ বৈঠকত আলোচনা কৰা হ’ব। এই কথা জানিবলৈ দিছে এমট্ৰনৰ সঞ্চালক এম কে যাদৱে।

উল্লেখযোগ্য যে য়ুনিক’ডত অসমীয়া লিপিৰ স্বকীয়তাৰ স্বীকৃতিৰ বাবে দীৰ্ঘদিন ধৰি অসমীয়া মানুহে ব্যক্তিগত আৰু সংঘবদ্ধ স্তৰত যুঁজ দি আহিছে যদিও আজিলৈকে য়ুনিক’ডত অসমীয়া লিপিয়ে স্থান লাভ কৰা নাই।

এনে পৰিপ্ৰেক্ষিতত যোৱা ৫ জুনৰ পৰা দিল্লীত অনুষ্ঠিত ভাৰতীয় মানক সংস্থাৰ এখন বিশেষ বৈঠকত অংশ গ্ৰহণ কৰি অধ্যাপক শিখৰ শৰ্মা, দিলীপ কলিতা, পৰমানন্দ ৰাজবংশী, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব পাৰ্থ মজুমদাৰ, এমট্ৰনৰ সঞ্চালক এম কে যাদৱে অসমীয়া লিপিক য়ুনিক’ডত স্বীকৃতি প্ৰদানৰ বাবে দাবী জনায়।

 

অসমৰ প্ৰতিনিধি দলটোৱে অসমীয়া ভাষাৰ ঐতিহ্য, কলা-সংস্কৃতিকে ধৰি অসমীয়া লিপিৰ ইতিহাস অৱগত কৰি এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদনো দাখিল কৰে বুলি জানিব পৰা গৈছে।

মঙলবাৰৰ উক্ত সভাতে লণ্ডনত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ ৱৰ্কিং গ্ৰুপৰ বৈঠকত অসমীয়া লিপিক য়ুনিক’ডত স্থান দিয়া বিষয়টো উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জানিবলৈ দি এম কে যাদৱে সাংবাদিকক কয় যে এই বৈঠকতে য়ুনিক’ডত অসমীয়া সন্নিৱিষ্ট হ’ব নে নহ’ব সেয়া নিৰ্ণয় হ’ব।

Recent News

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd