• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমীয়া ভাষাৰ ওপৰত আন এটা আঘাত : মাইক্ৰ’ছফটৰ ইমেইল ঠিকনাৰ বাবে নিৰ্বাচিত নহ’ল অসমীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 6:08 pm
Microsoft-570x320

প্ৰতিনিধিত্বমূলক ছবি

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষাক ভাল পোৱা সকলোৰে বাবে নিশ্চিতভাৱেই এটা দুঃখবৰ। ভাষিক বৈষম্যৰ বলি হৈ প্ৰযুক্তিৰ জগতখনত অসমীয়া ভাষাই আন এটা আঘাত মূৰ পাতি ল’ব লগীয়া হৈছে।

এই আঘাত আহিছে বিশ্বৰ তথ্য-প্ৰযুক্তি জগতৰ মহাতাৰকা সদৃশ কোম্পানি মাইক্ৰ’ছ’ফটৰ পৰা। শেহতীয়া তথ্যমতে কোম্পানিটোৱে বিশ্ব মাতৃভাষা দিৱসৰ আঁচনি হিচাপে যোৱা ২১ ফেব্ৰুৱাৰিত ঘোষণা কৰিছে যে ভাৰতীয় ব্যৱহাৰকাৰীসকলক নিজৰ ভাষাত ইমেইল ঠিকনা খোলাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ বাবে কোম্পানিটোৱে ভাৰতৰ ১৫টা ভাষাক নিৰ্বাচন কৰিছে, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ বৰো, বাঙালী, মণিপুৰী, নেপালী ভাষা আছে। কিন্তু নাই অসমীয়া ভাষা।

Apply Now

অসমীয়া ভাষা আৰু লিপিয়ে তথ্য-প্ৰযুক্তিৰ জগতখনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পক্ষসমূহৰ পৰা বৈষম্যৰ বলি হৈ অহাটো দুখেৰে সৈতে চাই থাকিব লগীয়া হৈছে অসমীয়া মানুহে। কাৰণ অসমীয়া মানুহৰ কোনো নিজা ভূমিকা বা ভুলৰ অবিহনেই বাৰে বাৰে এনে বঞ্চনাৰ বলি হৈছে ভাষাটো।

উল্লেখযোগ্য যে য়ুনিক’ডত অসমীয়া লিপিৰ স্বকীয়তাৰ স্বীকৃতিৰ বাবে যোৱা দীৰ্ঘদিন ধৰি অসমীয়া মানুহে ব্যক্তিগত আৰু সংঘবদ্ধ স্তৰত যুঁজ দি আহিছে। এতিয়া ভাষা হিচাপেও অসমীয়া ভাষাৰ গুৰুত্বক হেলাৰঙে সকলোৱে নুই কৰিবলৈ ধৰিছে।

উল্লেখযোগ্য যে মাইক্ৰ’ছ’ফটৰ এই আঁচনিখনৰ ফলত কোনো ব্যৱহাৰকাৰীয়ে ইংৰাজীৰ বাদেও তালিকাভুক্ত ভাষাকেইটাতো নিজৰ ইমেইল ঠিকনা খুলিব পাৰিব। তাৰ বাবে য়ুজাৰজনে নিজৰ কম্পিউটাৰত outlook.com ৰ client হিচাপে সোমাব লাগিব। ইয়াৰ মাধ্যমত নিজৰ ভাষাৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰি য়ুজাৰে মেইল পঠাব বা গ্ৰহণ কৰিব পাৰিব।

এই স্থানীয় ভাষাৰ ঠিকনা ব্যৱহাৰ কৰি মাইক্ৰ’ছ’ফটৰ আৰু আন কিছুমান সহযোগী কোম্পানিৰ এপ্লিকেইশ্যনতো বাৰ্তা আদান-প্ৰদান কৰিব পাৰিব।

জানিব পৰামতে এই ভাষাবোৰ য়ুনিক’ড মান সমৰ্থিত আৰু এইবোৰৰ য়ুজাৰে থাৰ্ড-পাৰ্টি ইমেইল ছাৰ্ভিছ প্ৰভাইডাৰৰ মাজেৰে (উদাহৰণ : XgenPlus) নিজৰ একাউণ্ট পঞ্জীয়ন কৰিব পাৰিব।

অৱশ্যে মাইক্ৰ’ছ’ফটে এই বুলি কৈছে যে কোম্পানিটোৱে য়ুনিক’ড সমৰ্থিত যিকোনো লিপিৰ ইমেইল ঠিকনা গ্ৰহণ কৰিবৰ বাবে কাম কৰি আছে। তেতিয়া অসমীয়াকে ধৰি সকলো য়ুনিক’ড মানসম্পন্ন ভাষাতে ইমেইল ঠিকনা খুলিব পাৰিব।

কিন্তু অসমীয়া ভাষাটোৰ ব্যৱহাৰকাৰী যথেষ্ট সংখ্যক থকা সত্ত্বেও কিয় মাইক্ৰ’ছ’ফটে ইয়াক কিয় এতিয়াই তালিকাভুক্ত কৰা নাই সেয়া জানিব পৰা হোৱা নাই। বাৰে বাৰে অসমীয়া ভাষাই সন্মুখীন হোৱা এই বৈষম্যই স্বাভাৱিকতে আঘাত দিছে অসমীয়া ভাষাপ্ৰেমীক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd