• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২ ঘণ্টালৈ হ্ৰাস আটাছুৰ অসম বন্ধ : শিৱসাগৰত ব্যাপক প্ৰভাৱ, ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ/ হিতোজ্বল চেতিয়া by পাৰ্শ্বজ্যোতি গগৈ/ হিতোজ্বল চেতিয়া
July 23, 2018 10:09 am
IMG-20180723-WA0017

শিৱসাগৰত বন্ধ সমৰ্থকৰ প্ৰতিবাদ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাই আহোম ছাত্ৰ সন্থা আৰু ছয় জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিয়ে আজিৰ পৰা আহ্বন জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰে শিৱসাগৰত। বন্ধৰ ফলত জিলাখনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱা পৰিলক্ষিত  হয় । প্ৰতিকূল বতৰকো নেওচি পুৱাই  বন্ধৰ সমৰ্থকসকল ওলাই আহি জিলাখনৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধৰ সময়চোৱাত পুৱাৰে পৰা দোকান পোহাৰ, অনুষ্ঠান-প্রতিষ্ঠান, বিদ্যালয় আদিৰ লগতে চৰকাৰী-বেচৰকাৰী সকলো ধৰণৰ  যান-বাহনৰ  চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা যায়।

Apply Now

উল্লেখ্য যে , যোৱা ২০ জুলাইত দিল্লীত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ মাজত  অনুষ্ঠিত হোৱা বৈঠক সম্পূৰ্ণ ৰূপে বিফল হোৱা আৰু বাৰে বাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰি অহা প্ৰতাৰণাৰ  প্ৰতিবাদত আটাছু আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিয়ে ২৩ আৰ ২৪ জুলাইত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল ।

কিন্তু লক্ষ্যণীয়ভাৱে আজি আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই জনায় যে  অসমৰ ৰাইজৰ অনুৰোধ আৰু পূৰ্বতে নিৰ্ধাৰিত হৈ থকা বিভিন্ন পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ যাতে কোনো অসুবিধা নহয় সেয়ে আমি এই বন্ধ ৪৮ ঘণ্টাৰ পৰা ১২ ঘন্টালৈ হ্ৰাস কৰিছো। আজি বিয়লি ৫ বজাত এই বন্ধৰ কাৰ্য্যসূচী অন্ত পৰিব।

PicsArt_07-23-09.05.25
ডিমৌৰ ৰাজপথত বন্ধ সমৰ্থকৰ প্ৰতিবাদ

আনহাতে তাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী সফল কৰিবলৈ আজি ডিমৌ আঞ্চলিকৰ সদস্য সকলে পুৱাই ডিমৌৰ  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে মৰাণত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই বন্ধৰ সমৰ্থন কৰে যদিও প্ৰতিবাদকাৰীসকলে কেইবাখনো গাড়ীৰ ক্ষতি সাধন কৰে বুলি জানিব পৰা গৈছে।

ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল জাতিৰ স্বাৰ্থত সকলো অসমবাসীকে অসম বন্ধটো সফল কৰিবলৈ আহ্বান জনায়।

পাৰ্শ্বজ্যোতি গগৈ/ হিতোজ্বল চেতিয়া

পাৰ্শ্বজ্যোতি গগৈ/ হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd