• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৪ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল যোৰহাট টাউন ক্লাবৰ

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , January 12, 2018 6:38 pm

2 min read

কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবলৰ খিতাপ দখল বিজয়ী যোৰহাট টাউন ক্লাব

কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবলৰ খিতাপ দখল বিজয়ী যোৰহাট টাউন ক্লাব

166
VIEWS
Share on FacebookShare on Twitter

১৪ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি ডিব্ৰুগড় প’ল’ গ্ৰাউণ্ডত হোৱা  চূড়ান্ত খেলখনত যোৰহাট টাউন ক্লাবে বি ডিভিজন একাদশ ডিব্ৰুগড় ফুটবল ক্লাবক ১-০ গ’লত পৰাজিত কৰে। প্ৰতিযোগিতাখনৰ আয়োজক আছিল নৱম ৰাজপুতনা ৰাইফলচ। যোৰহাট টাউন ক্লাবৰ হৈ খেলখনৰ ৫৬ মিনিটত একমাত্ৰ গ’লটো দিয়ে দীপাংকৰ মুছাহাৰীয়ে।

প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ১৬ টা দলে অংশ গ্ৰহণ কৰিছিল। ডিব্ৰুগড় ফুটবল ক্লাবৰ অৰ্জুন কৰ্মকাৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ’লৰক্ষক ঘোষিত হোৱাৰ বিপৰীতে যোৰহাট টাউন ক্লাবৰ দীপাংকৰ মুছাহাৰীক শ্ৰেষ্ঠ খেলুৱৈৰূপে ঘোষণা কৰা হয়। বিজয়ী দলক এটা ট্ৰফী আৰু ৭৫ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে পল’ গ্ৰাউণ্ডত এয়ে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল।

খেলখনত উপস্থিত থাকি দিয়া ভাষণত দাও ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল গজেন্দ্ৰ সিঙে অসমৰ যুৱ প্ৰজন্মক কেপ্টেইন জিন্তু গগৈক আদৰ্শ হিচাপে ল’বলৈ আৰু দেশৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়। গজেন্দ্ৰ সিঙে অভূতপূৰ্ব সঁহাৰিৰে প্ৰতিযোগিতাখনক বৃহৎভাৱে সফল কৰি তোলাৰ বাবে উপস্থিত দৰ্শকক ধন্যবাদ জ্ঞাপন কৰে।

কেপ্টেইন জিন্তু গগৈৰ দেউতাক প্ৰাক্তন ফ্লাইং অফিচাৰ টি আৰ গগৈ আৰু নৱম ৰাজপুতনা ৰাইফলচৰ কমাণ্ডিং অফিচাৰ কৰ্নেল মুকেশ পাণ্ডেও অনুষ্ঠানটোত উপস্থিত আছিল।

শত্ৰুৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত দেখুওৱা বীৰত্ব আৰু সাহসৰ বাবে জিন্তু গগৈক মৰণোত্তৰভাৱে বীৰচক্ৰ সন্মান প্ৰদান কৰা হৈছিল।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd