DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫ ফেব্রুৱাৰিত ২৪ ঘণ্টীয়া ওদালগুৰি জিলা বন্ধ ঘোষণা কৰিছে আক্ৰাছুৱে

চাজিদ খান by চাজিদ খান
February 10, 2018 2:02 pm
Akrasu copy
277
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছুৱে)ৰ ওদালগুৰি জিলা সমিতিয়ে অহা ১৫ ফেব্ৰুৱাৰিত ২৪ ঘণ্টীয়া ওদালগুৰি জিলা বন্ধৰ আহ্বান দিছে। ছাত্ৰসংগঠনটোৱে এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

সংগঠনটোৰ সভাপতি, সম্পাদক আৰু সাংগঠনিক সম্পাদক ক্ৰমে আৰণ্য ডেকা, এ শইকীয়া আৰু বি ৰাজবংশীয়ে স্বাক্ষৰ কৰা বিবৃতিটোত অভিযোগ উত্থাপন  কৰিছে যে যোৱা বিটিচিৰ নিৰ্বাচনত শাসকীয় বিপিএফক পূৰ্ণ সমৰ্থন আগবঢ়োৱা সত্ত্বেও বিটিচি কৰ্তৃপক্ষই ওদালগুৰিত জনগোষ্ঠীটোৰ বাবে এটা ছাত্ৰাৱাস নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে।

বিটিচি কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে ছাত্ৰাৱাসটো ওদালগুৰি নগৰৰ বাহিৰত নিৰ্মাণৰ নিৰ্দেশ দিয়া বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে।

আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিয়ে শুকুৰবাৰে ওদালগুৰিত ততাতয়াকৈ এখন সংবাদ মেল অনুষ্ঠিত কৰে আৰু অঞ্চলটোত বিটিচি প্ৰশাসনৰ বৰ্তমান ভূমিকাক সমালোচনা কৰে।

তেওঁলোকে কয় যে অহা দিনবোৰত হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব।

বিটিচি প্ৰশাসনে ইয়াৰ অঞ্চলসমূহত অনা বড়ো লোকসকলৰ বিকাশৰ বাবে দৃষ্টি নিদিয়াৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে।

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অনা বড়োসকলৰ আৰ্থ-সামজিক বিকাশৰ দিশত বিটিচি প্ৰশাসনৰ উদাসীনতাৰ বিষয়টো বিগত সময়ত আন্দোলনৰ ৰূপ লোৱাও দেখা গৈছিল।

আনহাতে, ওদালগুৰি জিলাত বিটিচি প্ৰশাসনৰ লগত আন জনগোষ্ঠীৰ সংঘাতৰ উদাহৰণ কম যদিও দীৰ্ঘদিন ধৰি বঞ্চনাৰ অভিযোগ নতুন নহয়।

শেহতীয়াকৈ আক্ৰাছুৱে জিলাখনত সক্ৰিয় ৰূপত ওলাই অহাটোৱে নতুন তাৎপৰ্য বহন কৰিছে।

 

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd