• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৬ আগষ্টৰ পৰা পুনৰ আন্দোলনৰ হুংকাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 6, 2018 9:31 am

1 min read

SiddharthaBhatta-570x320

শিক্ষক সন্মিলনীৰে শিক্ষামন্ত্ৰীৰ আলোচনাৰ ফাইল ফটো।

114
VIEWS
Share on FacebookShare on Twitter

অহা ১৫ আগষ্টৰ ভিতৰত দাবীসমূহ কাৰ্যকৰী নকৰিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ১৬ আগষ্টৰ পৰাই আন্দোলনৰ পথ ল’ব বুলি প্ৰকাশ কৰিছে। সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সংগঠনৰ স্থিতি সদৰী কৰি কয় যে শিক্ষা বিভাগে প্ৰতিশ্ৰুতি ভংগ কৰি ৰাজ্যৰ শিক্ষক সমাজক প্ৰৱঞ্চনা কৰিছে।

চৰকাৰৰ শিক্ষা বিভাগৰ এই প্ৰতিশ্ৰুতি ভংগ তথা প্ৰৱঞ্চনাৰ বিৰুদ্ধে অহা ১৬ আগষ্টৰ পৰা ৰাজ্যখনৰ লক্ষাধিক প্ৰাথমিক শিক্ষকে কাৰ্যালয়কেন্দ্ৰিক কামকাজ আৰু গুণোৎসৱৰ কাৰ্যসূচীত অসহযোগিতা আগবঢ়াৱ।

তেওঁলোকে জানিব দিয়ে যে যোৱা ১৯ জুনত শিক্ষামন্ত্ৰীৰ সৈতে সন্মিলনীৰ আলোচনা অনুষ্ঠিত হৈছিল আৰু আৰু উক্ত আলোচনাত শিক্ষামন্ত্ৰীয়ে ৪৫ দিনৰ ভিতৰত দাবীসমূহ নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই মৰ্মে সন্মিলনীয়ে তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছিল।

ইপিনে শিক্ষা বিভাগে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত স্থগিত ৰখা আন্দোলনৰ কাৰ্যসূচী সন্মিলনীয়ে অহা ১৬ আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সন্মিলনীয়ে ষ্টেটপুলৰ শিক্ষকসকলৰ দৰমহা মোকলাই দিয়া, ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা তথা বেতন বঞ্চিত শিক্ষকসকলক কৰা বঞ্চনা বন্ধ কৰাৰ দাবী জনাইছে।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd