DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৬ মে’ৰ পৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজোৰা আন্দোলনৰ ঘোষণা যুৱ-ছাত্ৰ পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 10:16 am
Jorhat.-Photo-Northeast-Now-570x320

যোৰহাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰ পৰিষদে অলপতে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ এটি মুহূৰ্ত : ফাইল ফটো নৰ্থইষ্ট নাও

129
VIEWS
Share on FacebookShare on Twitter

হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজ্যজোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

প্ৰস্তাৱিত বিধেয়কখনৰ বিৰুদ্ধে অহা ১৬ মে’ৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদী সমদল উলিয়াই বিধেয়কখন বাতিলৰ দাবী জনাব যুৱ ছাত্ৰ পৰিষদে।

তদুপৰি, ৰাজ্যখনৰ প্ৰতিখন জিলাৰে আঞ্চলিক আৰু শাখা সমিতিসমূহে এই সময়ছোৱাত মটৰচাইকেল ৰেলী, পথ সভা, প্ৰচাৰ পত্ৰিকা বিতৰণ, প্ৰতিবাদী সভা আদি অনুষ্ঠিত কৰি আন্দোলন অব্যাহত ৰাখিব।

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে দেওবাৰে এক বিবৃতিযোগে আন্দোলনৰ এই কাৰ্যসূচী ঘোষণা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি তথা ভোটবেংক সৃষ্টিৰ বাবে এনে নীচ ষড়যন্ত্ৰত নমা বুলি তেওঁলোকে অভিযোগ তোলে।

আনহাতে, বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিৰ বিৰুদ্ধে কোনো কাম নকৰে বুলি কৰা মন্তব্য সন্দৰ্ভতো যুৱ-ছাত্ৰ পৰিষদে দেওবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তেওঁলোকে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যদি অসমীয়া জাতিলৈ শ্ৰদ্ধা আছে তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট ভাষাৰে অসমৰ জনতাক জনাওক।

মুখ্যমন্ত্ৰীগৰাকীয়ে যদিহে সঁচাকৈয়ে এই এই বিধেয়কখনৰ বিৰোধিতা কৰে তেন্তে বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি অথবা কেবিনেটত ইয়াৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাইজক দেখুৱাবলৈ বিবৃতিটোত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd