• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৬ লাখ জ্যেষ্ঠ নাগৰিকলৈ পেন্সন ঘোষণা মুখ্য মন্ত্ৰীৰ; লাভ কৰিব মাহে মাত্ৰ ২৫০ টকাকৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 21, 2018 8:55 pm

2 min read

মুখ্য মন্ত্ৰী
84
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ ১৬ লাখ জ্যেষ্ঠ নাগৰিকে শীঘ্ৰে লাভ কৰিব পেন্সন। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা সভাত এই কথা ঘোষণা কৰি জ্যেষ্ঠ নাগৰিকলৈ প্ৰদান কৰিবলগীয়া এই পেন্সন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে প্ৰতিমাহে মাত্ৰ ২৫০ টকাকৈ লাভ কৰিবলগীয়া এই পেন্সন আঁচনিৰ অধীনত এপিএল আৰু বিপিএল দুয়োশ্ৰেণীৰ ৬০ বছৰ ঊৰ্ধ্বৰ সকলো জ্যেষ্ঠ নাগৰিককে সামৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে। লগতে অনলাইন পদ্ধতিৰে হিতাধিকাৰী সকলক পেন্সন প্ৰদান কৰাৰ উপৰি প্ৰতি ৬ মাহৰ মূৰে মূৰে নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

তাৰোপৰি প্ৰাপ্ত তথ্য মতে পেন্সন লাভ কৰিবলগীয়া জ্যেষ্ঠ নাগৰিকৰ তালিকা যাতে নিখুঁট হয় সেই উদ্দেশ্যে আবেদনকাৰীৰ নাম সম্বলিত তালিকাৰ প্ৰাৰম্ভিক কপি গাঁও পঞ্চায়ত কাৰ্যালয়ত আঁৰি দিয়াৰ লগতে গাঁও সভাতো আলোচনা কৰা হ’ব।

আজিৰ পৰ্যালোচনা সভাতে মুখ্য মন্ত্ৰী সোণোৱালে কনকলতা মহিলা সবলীকৰণ যোজনাখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়েও বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে।

পৰ্যালোচনা সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত জে বি এক্কাকে ধৰি উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd