• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ সামৰণি

by
November 15, 2017 8:29 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সন্ধিয়া ৯.৩০ বজাত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত যোৱা ৩ নৱেম্বৰৰ পৰা চলি থকা ১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ সামৰণি পৰে। অন্তিম দিনটোত গ্ৰন্থ বিক্ৰেতা আৰু আয়োজকে যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমীৰ আগমন আশা কৰিছিল যদিও মূৰকত সেয়া দেখা নগ’ল। দিনটো তেনেই তাকৰীয়া গ্ৰন্থপ্ৰেমীৰ উপস্থিতিৰে পাৰ হোৱাৰ পিছত সন্ধ্যাৰ ভাগত কিছু সংখ্যক গ্ৰন্থপ্ৰেমীৰ ভিৰ হোৱা দেখা যায় যদিও সেয়া গ্ৰন্থ বিক্ৰেতাসকলক উৎফুল্ল কৰিব পৰাকৈ পৰ্য্যাপ্ত নহ’ল। ‘আমাৰ ষ্টল ভাৰা আৰু অন্যান্য খা-খৰচৰ টকাখিনিয়ে ঘূৰি নাহিল। লাভ কৰা দূৰৰে কথা’- এজন গ্ৰন্থ বিক্ৰেতাই তেওঁৰ হতাশা প্ৰকাশ কৰিলে এইদৰে। বিশেষকৈ শেষৰফালে পৰা সৰু সৰু ষ্টলবোৰত সোমোৱাৰ ক্ষেত্ৰত গ্ৰন্থপ্ৰেমীৰ অনীহা দেখা গ’ল প্ৰায় আটাইকেইদিনতে। আনকি শনি আৰু দেওবাৰকেইটাতো, যিকেইটা দিনত সাধাৰণতে উপস্থিত গ্ৰন্থপ্ৰেমীৰ সংখ্যা আশা কৰা ধৰণৰ আছিল, সেইবোৰ ষ্টলত বিক্ৰীৰ হাৰ তেনেই কম আছিল। বাতৰিকাকত আৰু অন্যান্য সংবাদ মাধ্যমত এইবাৰৰ উত্তৰ-পূব গ্ৰন্থমেলাত গ্ৰন্থৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰা বুলি প্ৰকাশ পোৱা খবৰ সম্পৰ্কত সোধাত এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে কয়- ‘এইটো বাতৰি একপক্ষীয়। তেওঁলোকে কেৱল প্ৰথমৰ ফালে পৰা ডাঙৰ ডাঙৰ ষ্টল লোৱা গ্ৰন্থ ব্যৱসায়ীসকলৰ ওপৰত সমীক্ষা চলায়ে এনেকুৱা বাতৰি পৰিৱেশন কৰিছে বুলি ধাৰণা হয়। কাৰণ সামগ্ৰিকভাৱেই এইবাৰ গ্ৰন্থপ্ৰেমীৰ উপস্থিতি কম আৰু সেইবাবে বিক্ৰীও কম।’ এটা গ্ৰন্থ প্ৰকাশক গোষ্ঠীৰ স্বত্ত্বাধিকাৰীজনে কয়। এই ভাষ্যৰ বিপৰীতে আয়োজক সংস্থাটোৱে আজি এইবাৰৰ গ্ৰন্থমেলা সৰ্বতোপ্ৰকাৰে সফল বুলি দাবী কৰে। তেওঁলোকে গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ হোৱা বুলিও দাবী কৰে।

Apply Now

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

July 14, 2026 7:11 pm
দেশৰ স্কুলসমূহত বাধ্যতামূলক হ’ব নেকি যৌন শিক্ষা? পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ প্ৰস্তুতি

দেশৰ স্কুলসমূহত বাধ্যতামূলক হ’ব নেকি যৌন শিক্ষা? পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ প্ৰস্তুতি

July 14, 2026 6:26 pm
মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ

মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ

July 14, 2026 6:05 pm
কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

July 14, 2026 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

July 14, 2026 7:11 pm
দেশৰ স্কুলসমূহত বাধ্যতামূলক হ’ব নেকি যৌন শিক্ষা? পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ প্ৰস্তুতি

দেশৰ স্কুলসমূহত বাধ্যতামূলক হ’ব নেকি যৌন শিক্ষা? পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ প্ৰস্তুতি

July 14, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd