• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১ আগষ্টৰ পৰা গুৱাহাটী আৰু বাংগালুৰুৰ মাজত চলিব জেট এয়াৰৱেজৰ প্ৰত্যক্ষ বিমান সেৱা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2018 2:42 pm

1 min read

jet-airways-570x320
92
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ আগশাৰীৰ বিমান পৰিবহণ সংস্থা জেট এয়াৰৱেজে বাংগালুৰু আৰু গুৱাহাটীৰ মাজত প্ৰত্যক্ষ বিমান পৰিবহণ সেৱা আৰম্ভ কৰিব। বিমান পৰিবহণ সংস্থাটোৱে প্ৰকাশ কৰা মতে আগষ্ট মাহৰ ১ তাৰিখৰ পৰা এই সেৱা আৰম্ভ কৰা হ’ব। জেট এয়াৰৱেজৰ তৰফৰ পৰা জনোৱা মতে সংস্থাটোৱে ভাৰতৰ প্ৰযুক্তি নগৰী বাংগালুৰু আৰু উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ মাজত দৈনিক প্ৰত্যক্ষ বিমান সেৱা আগবঢ়াব।

‘মৰুং এক্সপ্ৰেছ’ৰ বাতৰিত প্ৰকাশিত হোৱা অনুসৰি আগষ্ট মাহৰ ১ তাৰিখে পৰা জেট এয়াৰৱেজে দুয়োখন মহাগৰৰ মাজত প্ৰথম প্ৰত্যক্ষ দৈনিক বিমান সেৱা আৰম্ভ কৰিব বুলি ব্যক্ত কৰিছে। জেট এয়াৰৱেজৰ তৰফৰ পৰা ব্যক্ত কৰা মতে পৰিবহণ সংস্থাটোৱে উন্নয়নশীল নগৰসমূহৰ সৈতে দেশৰ মহানগৰসমূহক সংযোগ কৰাৰ প্ৰয়াস কৰিছে।

জেট এয়াৰৱেজৰ ছাৰ্ভিছ 9W 659 বিমানখনে প্ৰতিদিনে পুৱা ১০-১৫ বজাত বাংগালুৰুৰ পৰা উৰা মাৰি দুপৰীয়া ১.১৫ বজাত গুৱাহাটী বিমান বন্দৰ পাবহি। একেদৰে বিমান পৰিবহণ সংস্থাটোৰ ছাৰ্ভিছ 9W 660 বিমানখনে দৈনিক  আবেলি ৪-২০ বজাত গুৱাহাটীৰ পৰা উৰা মাৰি ৭.৩০ বজাত বাংগালুৰু পাবহি।

উল্লেখ্য যে এই পৰ্যন্ত বিমান সংস্থাটোৱে ভাড়াৰ নিৰিখ ঘোষণা কৰা নাই।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd