• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৭ চনত অসমত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ গ’ল ৮৬ জনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2017 3:25 pm

1 min read

২০১৭ চনত অসমত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ গ’ল ৮৬ জনৰ
106
VIEWS
Share on FacebookShare on Twitter

বিগত কিছু বছৰত হাতী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যত ৯০০ ৰো অধিক লোক মৃত্যুমুখত পৰাৰ বিপৰীতে ২৫০ টা বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি এক সূত্ৰত প্ৰকাশ পাইছে। লক্ষণীয় যে প্ৰত্যেক বছৰৰ শীত কালত বনৰীয়া হাতীৰ আক্ৰমণত ভালেসংখ্যক লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনৰীয়া হাতী সমূহে বনাঞ্চলৰ পৰা লোকালয়লৈ আহি বিভিন্ন খাদ্য শস্যৰ খেতি পথাৰ সমূহ তহিলং কৰে যাৰ ফলত মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয়। ইয়াৰ ফলতে মানুহ আৰু বনৰীয়া হাতীয়ে অস্বাভাবিক মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। তথ্য অনুসৰি চলিত বছৰতে হাতীৰ আক্ৰমণত এই পৰ্যন্ত ৮৬ গৰাকী, ২০১৫ চনত ১১৮ গৰাকী আৰু ২০১৬ চনত ১১০ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইত কৰবাত যদি ৰেইলৰ খুন্দাত কৰবাত বিদুৎস্পৃষ্ট হৈ নিয়মীয়াকৈ বনৰীয়া হাতীৰ মৃত্যু হৈ আহিছে। কিন্তু ইয়াক লৈ বনবিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিভিন্ন প্ৰকৃতি প্ৰেমী তথা সাধাৰণ লোক ক্ষুণ্ণ হোৱা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিদুৎ বিভাগ তথা ৰে’লৱে কৰ্তৃপক্ষক এই সম্পৰ্কে কিছু সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে।

Recent News

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

‘লাভ জেহাদ’ :  মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

‘লাভ জেহাদ’ : মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd