DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৭ বৰ্ষৰ দহজন শ্ৰেষ্ঠ অভিনেতাৰ মাজত আদিল হুছেইনৰ স্থান লাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 3:12 pm
আদিল হুছেইনে
111
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টি ভিৰ ফালৰ পৰা প্ৰকাশিত ২০১৭ বৰ্ষৰ দহজন শ্ৰেষ্ঠ অভিনেতাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসমত জন্মগ্ৰহণ কৰা ৫৪ বছৰীয়া অভিনেতা গৰাকীয়ে মুক্তি ভৱন নামৰ হীন্দি চলচ্চিত্ৰখনত কৰা দুৰ্দান্ত অভিনয়ৰ তালিকাখনৰ চতুৰ্থ স্থান লাভ কৰিছে।

পিতা-পুত্ৰৰ মাজত থকা সম্পৰ্কক সংবেদনশীল ৰূপত তুলি ধৰা শুভাসিশ ভুটিয়ানিৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত আদিল হুছেইনে ৰাজীব এজন অনিচ্ছুক পুত্ৰৰ চৰিত্ৰত অভিনয় কৰি যি নিজৰ পিতৃৰ শেষ ইচ্ছা অনুসৰি তেওঁক জীৱনৰ অন্তিম দিনকেইটা অতিবাহিত কৰিবলৈ পবিত্ৰ বাৰাণসী চহৰলৈ লৈ যায়।

তালিকাখন প্ৰস্তুত কৰা চলচ্চিত্ৰ সমালোচক ৰাজা সেনে কয় যে হুছেইনে চৰিত্ৰটোৰ মনত চলি থকা অন্তৰ্দন্দক অত্যন্ত বিশ্বাসযোগ্য ভাবে তুলি ধৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে মাজৰাতিৰ কেতেকী আৰু মুক্তিভৱনত কৰা অভিনয়ৰ বাবে অভিনেতাজনক ২০১৭ চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰত বিশেষভাৱে সন্মানিত কৰা হৈছিল।

 

 

 

 

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd