DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০ বছৰৰ বাবে ‘মদ’ এৰিলে ‘বড়ো’ জাতিটো হ’ব পৃথিৱীৰ শ্ৰেষ্ঠতম জাতি : প্ৰমোদ বড়ো

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2018 11:40 am
2018_4$largeimg227_Apr_2018_094244637

প্ৰতিনিধিত্বমূলক চিত্ৰ, উৎস ইণ্টাৰনেট

201
VIEWS
Share on FacebookShare on Twitter

‘বড়োলেণ্ড হৈছে বড়োৰ ন্যায্য দাবী, এই দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন চলি থাকিব’। এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমোদ বড়োৱে শনিবাৰে বাক্সা জিলাৰ গোৰেশ্বৰত এক অনুষ্ঠানত অংশ লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

এবছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ ৩১ সংখ্যক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰমোদ বড়োৱে কয়- ‘এবছু বড়ো জাতিৰ প্ৰহৰী তথা সুৰক্ষা কৱচ। জাতিটোক কেনেদৰে উন্নতিৰ দিশলৈ লৈ যাব পাৰি তাৰ বাবে আমাৰ এই সংগঠনটোৱে চিন্তা কৰি আহিছে আৰু আগলৈও কৰি যাব’।

সভাপতিগৰাকীয়ে লগতে অধিৱেশনত উপস্থিত থকা কৰ্মকৰ্তাসকলক উদ্দেশ্যি কয় যে কোনেও নিজৰ কামত সংগঠনক মঞ্চ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়।

‘বড়ো জাতিটো আজিও এক হ’ব পৰা নাই। আমি সকলো দিশতে উন্নতি কৰিবলৈ হ’লে জাতিটো এক হ’বই লাগিব। ২০ বছৰ যদি বড়ো জাতিটোৱে মদখোৱা এৰি দিয়ে তেন্তে বড়ো হ’ব পৃথিৱীৰ শ্ৰেষ্ঠতম জাতি’। এইদৰে তাৎপৰ্যমূলক মন্তব্য কৰে প্ৰমোদ বড়োৱে।

শনিবাৰৰ এই বৈঠকত গোৰেশ্বৰ আঞ্চলিকৰ সভাপতি লক্ষেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত এন ডি এফ বিৰ (প্ৰগতিশীল) আলোচনাপন্থী গোটৰ নেতা এম গোৰেমা, বড়ো সাহিত্য সভা জিলা সমিতিৰ সম্পাদক চণ্ডীচৰণ বড়ো, বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি কৃষ্ণ দাস স্বৰ্গীয়াৰী, এবছুৰ প্ৰাক্তন জিলা সভাপতি হাংগামা নাৰ্জাৰীকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd