DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২২ এপ্ৰিলত গুৱাহাটীত ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ অডিশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2018 2:28 pm
ttttt
98
VIEWS
Share on FacebookShare on Twitter

সৰু পৰ্দাৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ অডিশ্যন অহা ২২ এপ্ৰিলত অৰ্থাৎ কাইলৈ গুৱাহাটীৰ খানাপাৰাস্থিত নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউটত অনুষ্ঠিত হ’ব।এই তথ্য প্ৰকাশ কৰে ৰিয়েৰিটি শ্ব’টোৰ শীৰ্ষ বিষয়ববীয়াসকলে।

উল্লেখযোগ্য যে অডিশ্যনত কেৱল ৫-১৪ বছৰৰ অনুৰ্ধ্বসকলেহে অংশগ্ৰহণ কৰিব পাৰিব।অডিশ্যনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলে ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ ৱেবছাইটট লগঅনৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব।

ইজেল প্ৰডাকশ্যনৰ বেনাৰত জি টিভিয়ে প্ৰচাৰ কৰিবলগীয়া এই ৰিয়েলিটি শ্ব’টোৰ জৰিয়তে উদীয়মান সম্ভৱনাই এখন নতুন মঞ্চ লাভ কৰিব বুলি আশা কৰা হৈছে।

‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ প্ৰথমবাৰৰ বাবে ২০১৩ চনত সম্প্ৰচাৰিত হৈছিল।ইতিমধ্যে নেৰিম কৰ্তৃপক্ষই কাইলৈৰ অডিশ্যনৰ বাবে যাৱতীয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে ৰিয়েলিটি শ্ব’টোৰ আয়োজক সকলে।

 

 

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd