• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৭ ফেব্ৰুৱাৰিত সকলো চাহ বাগিচা বন্ধৰ আহ্বান অসম চাহ মজদুৰ সংঘৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 8:53 am
representative image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ ফেব্ৰুৱাৰিত অসমৰ সমূহ চাহ বাগিচা বন্ধ ৰখাৰ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই। এই কথা জানিবলৈ দিয়ে অসম চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি ঘণশ্যাম বাঢ়ৈয়ে।

এক বিবৃতি যোগে জানিবলৈ দিয়ে যে স্বাধীনতা কালৰে অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ ক্ৰমে কাছাৰ চাহ শ্ৰমিক ইউনিয়ন আৰু অসম চাহ মজদুৰ সংঘই এককভাবে প্ৰতিনিধিত্ব কৰি আহিছে। য়েসেহে অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ বাবে সকলো সুবিধা তথা দৈনিক মজুৰিৰ বৃদ্ধিকে ধৰি আন বিষয়ত মাত মাতি আহিছে।

Apply Now

উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি চুক্তিৰ ম্যাদ উকলি গৈছিল। কিন্তু এই বছৰৰে ১ জানুৱাৰিৰ পৰা শ্ৰমিকসকলে নতুন হাৰত দৈনিক মজুৰি লাভ কৰিব লাগিছিল যদিও সেয়া বৰ্তমানলৈ কাৰ্যত পৰিণত হোৱা নাই।

মজুৰি বৃদ্ধি সম্পৰ্কতে ৰাজ্য চৰকাৰে ২০১৭ চনৰ ৯ ছেপ্তেম্বৰত ৰাজ্যৰ শ্ৰম মন্ত্ৰীক অধ্যক্ষৰূপে লৈ মজুৰি বৃদ্ধি সম্পৰ্কীয় এখন সমিতি গঠন কৰি মজুৰি বৃদ্ধিৰ দায়িত্ব নিজ হাতলৈ লৈ যোৱা বুলি বিবৃতিটোত উল্লেখ কৰে।

ইয়াৰ লগতে উল্লেখ কৰে যে মজুৰি বৃদ্ধি সমিতিয়ে ইতিমধ্যে মালিক পক্ষৰ লগত তিনিবাৰকৈ বৈঠকত মিলিত হয় যদিও চৰকাৰ আৰু সংশ্লিষ্ট পক্ষৰ আন্তৰিকতাৰ অভাৱৰ বাবে এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই।

অসম চাহ নিগমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে এতিয়াও ২০১৫ চনৰ হাৰত ১১৫ টকা হিচাবে মজুৰি পাই আহিছে। এই শ্ৰমিকসকলক ২০১৬ আৰু ২০১৭ চনৰ পাব লগা মজুৰি বৃদ্ধি দৈনিক ২২ টকা দিয়া হোৱা নাই।

আনহাতে, মজুৰিৰ অংশ হিচাপে বাগিচাৰ চাহ শ্ৰমিকে পাব লগা ৰেচন বহু বছৰ ধৰি বন্ধ হৈ আছে। শ্ৰমিকৰ আইনসংগত ন্যায্য প্ৰাপ্তিৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰ আৰু মালিক পক্ষই সদায় নানা অজুহাত দেখুৱাই শ্ৰমিক গোষ্ঠীক শোষণ কৰি আহিছে।

এই সমূহ কাৰণতে অসম চাহ মজদুৰ সংঘই ৰাজ্যিক ভিত্তিত ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰিত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সৰ্বাত্মক বাগিচাৰ প্ৰতীক ধৰ্মঘট কাৰসূচী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলো পক্ষকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি ঘণশ্যাম বাঢ়ৈয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd