• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ স্বাস্থ্য খণ্ডত হিমন্তৰ অভিলাষী আঁচনি : ১৯খন কেন্সাৰ হস্পিটেল; হ’ব দক্ষিণ-পূব এছিয়া কেন্সাৰ গৱেষণা কেন্দ্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2018 5:28 pm
জনতা ভৱনত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

জনতা ভৱনত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত প্ৰায় ২ হাজাৰ কোটি টকা ব্যয়েৰে ১৯খন কেন্সাৰ হস্পিটেল নিৰ্মাণ কৰা হ’ব। অহা দুবছৰৰ ভিতৰত এই হস্পিটেলসমূহ সম্পূৰ্ণ কৰা হ’ব। এই কথা আজি এখন সংবাদমেল যোগে ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম তথা উত্তৰ-পূবত কেন্সাৰ ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তে স্বাস্থ্য মন্ত্ৰীৰ এই অভিলাষী আঁচনিখনে আশাৰ ৰেঙনি আনিছে সমগ্ৰ উত্তৰ-পূবৰ কেন্সাৰৰোগীসকললৈ। সংবাদমেলত মন্ত্ৰীজনে জনোৱামতে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগে টাটা ট্ৰাষ্টৰ সৈতে যৌথভাৱে গঠন কৰিছে ASSAM CANCER CARE FOUNDATION. এই ফাউণ্ডেইশ্যন ৫০-৫০ বৰঙনিৰে গঠিত হৈছে যদিও প্ৰাথমিক অৱস্থাত টাটা ট্ৰাষ্টৰ বৰঙনি হ’ব ৮৩০ কোটি টকা আৰু অসম চৰকাৰৰ বৰঙনি হ’ব ১০৮০ কোটি টকা। মুঠ ১৯১০ কোটি টকাৰ পুঁজিৰে ৰাজ্যৰ ১৯টা স্থানত প্ৰস্তাৱিত কেন্সাৰ হস্পিটেলকেইখন নিৰ্মাণ কৰা হ’ব। ইয়াৰে প্ৰথমখন হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিসীমাত থকা কেন্সাৰ হস্পিটেলখন। আনহাতে অসমৰ স্বাস্থ্য মন্ত্ৰীজন এই ফাউণ্ডেইশ্যনৰ অধ্যক্ষ হ’ব।

Apply Now

অহা ১৮ জুনত, অৰ্থাৎ পৰহিলৈ খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়স্থিত খেলপথাৰত এই চিকিৎসালয়কেইখনৰ বাবে ভূমিপূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠান আছে, য’ত উপস্থিত থাকিব ৰতন টাটা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

স্বাস্থ্য মন্ত্ৰীজনে জনোৱা মতে, এই হস্পিটেলকেইখন তিনিটা স্তৰ বা মডেলৰ হ’ব। সেইবোৰ ক্ৰমে- এল-১, এল-২ আৰু এল-৩ ।

ইয়াৰে এল-১ খন হ’ব ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আৰু ই ২০০ৰ পৰা ২৫০ খন বিছনাযুক্ত হ’ব।

আনহাতে এল-২ বোৰ হ’ব ৰাজ্যৰ চৰকাৰী মেডিকেল কলেজকেইখনত। ইয়াৰ বাবে মেডিকেল কলেজকেইখনৰ পৰা ৩ একৰ মাটি লোৱা হ’ব। এইবোৰত ৰোগপৰীক্ষা, কেম’, চাৰ্জাৰি সকলো হ’ব। এল-২ চিকিৎসালয়সমূহ ১৫০খন বিছনাযুক্ত হ’ব।

এল-৩  সমূহত প্ৰধানতঃ ডেই কেয়াৰ (DAY CARE )ৰ সুবিধা থাকিব। ইয়াত ঘাইকৈ ৰোগ পৰীক্ষা কৰা হ’ব। ৰেডিয়েইশ্যন ল’ব পাৰিব। এল-৩ কেন্সাৰ চিকিৎসালয়কেইখন  হ’ব দৰং, গোৱালপাৰা, গোলাঘাট, হাফলং আৰু শিৱসাগৰত।

আনহাতে জনতা ভৱনত দিয়া আজিৰ সংবাদমেলত স্বাস্থ্য মন্ত্ৰীজনে তথ্য দাঙি ধৰি কয় যে অসমত প্ৰতি বছৰে ৩১৮২৫ গৰাকী কেন্সাৰৰোগী ধৰা পৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আক্ৰান্তসকলৰ ৭০ শতাংশৰ পলমকৈ চিকিৎসা কৰিবলৈ অহা বাবে বা চিকিৎসা নোপোৱা বাবে মৃত্যু হয়।

ইফালে স্বাস্থ্য মন্ত্ৰীজনে নিজৰ ঘোষণাত অসমত এটা দক্ষিণ-পূব এছিয়া কেন্সাৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ কথাও ঘোষণা কৰে। এই গৱেষণা কেন্দ্ৰটো হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd