• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩৫সংখ্যক চহিদ স্মৃতি সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন বজালী ক্ৰিকেট ক্লাব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 30, 2018 8:16 am

1 min read

Cricket Tournament

প্ৰতিনিধিত্বমূলক ছবি

95
VIEWS
Share on FacebookShare on Twitter

নলবাৰীত অনুষ্ঠিত ৩৫সংখ্যক চহিদ স্মৃতি সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত বজালী ক্ৰিকেট ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত নবাৰুণ ক্লাবৰ আয়োজন কৰা প্ৰতিযোগিতাখনৰ কালি নলবাৰী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলত বজালী ক্ৰিকেট ক্লাবে ইউ চি চিক ২১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখযোগ্য যে প্ৰথমে বেট ধৰা বজালী ক্ৰিকেট ক্লাবে ২০ অভাৰত ২২৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়, আনহাতে প্ৰত্যুত্তৰত আই চি চি দলে বেট ধৰিব আহি ২০ অভাৰত ২০৯ ৰানত ইনিংছ সামৰিব লগা হয়।

কালিৰ উক্ত ফাইনেল খেলখনত বজালী ক্ৰিকেট ক্লাবৰ নয়ন চৌধুৰীয়ে ‘মেন অব দ্যা মেচ’ লাভ কৰাৰ বিপৰীতে একেটা দলৰে ভাস্কৰজ্যোতি দাসক ‘মেন অব দ্যা টুৰ্নামেণ্ট’ বঁটা প্ৰদান কৰা হয়।

ইয়াৰ উপৰি জিলাখনৰ বিশিষ্ট ক্ৰীড়া সংগঠক হৰিশ গোস্বমী আৰু দীপক কুমাৰ দাসক অৰুপ দত্ত সোঁৱৰণী বিশিষ্ট ক্ৰীড়া সংগঠক বঁটা প্ৰদান কৰা হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd