• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৭০ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত বৈষ্ণৱৰ বোকাখেল

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 15, 2018 11:38 am
majuli
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মানুহ বিহু। ধৰিত্ৰীৰ উৰ্বৰা শক্তিৰ বৃদ্ধিৰ কামনা কৰি প্ৰতিজন অসমীয়াই ব’হাগ বিহু পালন কৰে। ধৰিত্ৰীক সন্তুষ্ট কৰিবলৈ পালন কৰা এই বিহুত প্ৰেম প্ৰণয়ৰ তীব্ৰ আহ্বান দেখিবলৈ পোৱা যায় যদিও মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠান সমুহৰ উদাসীন পৰম্পৰাত বৈষ্ণৱ সকলে বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিৰে ৰঙালীৰ আনন্দত ভাগ লয় ।

এই সমুহৰ ভিতৰত বোকা খেল বসন্ত উৎসৱৰ অন্যতম আকৰ। ৩৭০ বছৰীয়া পৰম্পৰাৰে মানুহ বিহুৰ দিনা সত্ৰানুষ্ঠানৰ বৈষ্ণৱ সকলে বোকা খেলত ভাগ লয় । সত্ৰৰ সত্ৰাধিকাৰে বৈষ্ণৱ সকলক বোকাৰ তিলক সানি বোকাখেলৰ শুভাৰম্ভ কৰে।

Apply Now

মাজুলীৰ ঐতিহাসিক আউনী আটী সত্ৰ, বেঙেনা আটী সত্ৰৰ বৈষ্ণৱ সকলৰ লগতে ফুলনি, জুগুনিধাৰী, নামকাটনি আদি অঞ্চলত পুৰুষ-মহিলা সকলোৱে মিলি বোকা খেলত ভাগ লয়। ভূমিক শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰি সত্ৰৰ প্ৰতিজন বৈষ্ণৱে ইজনে সিজনৰ গাত বোকা লেপন কৰি বোকা খেলত ভাগ লয়।

majuli 2

লোক ৰীতি আৰু পৰম্পৰাৰ মাজেৰে মাজুলীত উদযাপিত বোকাখেলে বসন্ত উৎসৱৰ এক বিশেষ মাত্ৰা বহন কৰি আহিছে। মানুহ বিহুৰ এই পবিত্ৰ দিনটোত ভূমিক গাত লেপন কৰিলে সকলো ধৰণৰ চৰ্ম ৰোগ বছৰটোৰ বাবে আঁতৰি যায় বুলি বিশ্বাস কৰা হয়।

বোকা খেলৰ অন্তৱ বৈষ্ণৱ সকলে গাত হালধি সানি সত্ৰৰ চৌহদৰ বিলত সমুহীয়া ভাবে গা ধুই আহি জ্যেষ্ঠ জনৰ ওচৰত সেৱা লৈ বছৰৰ বিহুটি পালন কৰে। ইয়াৰ পিছতে সত্ৰ, নামঘৰ, গুৰু, জ্যেষ্ঠজনৰ ওচৰত আশিস লৈ বছৰৰ মঙ্গল কামনা কৰিলে মাজুলীবাসীয়ে। পুৱাৰ নীতি নিয়ম, পৰম্পৰাগত খেল ধেমালী কৰি সমুহীয়াভাৱে নৈ বিলত গা ধুই মাজুলীবাসীয়ে আধ্যাত্মিকতাৰে সৰ্বমঙ্গলৰ কামনা কৰে।

মাজুলীৰ সত্ৰ সমুহত যিহেতু বিহু নামাৰে সেয়ে সাত্বিক পৰম্পৰাৰে ৰঙালী বিহু উদযাপন কৰে সত্ৰবাসীয়ে। ইয়াৰ পিছতে নামঘৰত সমুহীয়া নামত ভাগ লয় । জাতীয় জীৱন জিলিকাই তোলা অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুতিয়ে সকলোৰে মন প্ৰাণ ৰঙীণ কৰি তোলক তাৰে কামনা কৰে ভগৱন্তৰ ওচৰত ।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd