• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা সংস্কাৰ ভাৰতী পূৰ্ব্বোত্তৰৰ তৃতীয় ভৰতমুণি নাট্য সমাৰোহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 24, 2018 12:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ এটা সাংস্কৃতিক বেচৰকাৰী অনুস্থান সংস্কাৰ ভাৰতীৰ উত্তৰ-পূৰ্বাঞ্চল শাখাই অহা ৪ ফেব্ৰুৱাৰিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘তৃতীয় ভৰতমুনি নাট্য সমাৰোহ’ অনুষ্ঠিত কৰিব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংস্কাৰ ভাৰতীৰ উত্তৰপূৱ শাখাই আয়োজন কৰা সংবাদ মেলৰ জৰিয়তে এই কথা সদৰি কৰে।

উদ্যোক্তা সমিতিৰ সভাপতি জীতেন শৰ্মাই জানিবলৈ দিয়া মতে তেওঁলোকে নাট্য শাস্ত্ৰৰ পিতৃস্বৰূপ ভৰত মুনিৰ ওপজা দিন উপলক্ষে বিগত দুই বছৰৰ দৰে এই বছৰো নাট্য সমাৰোহৰ আয়োজন কৰাৰ দিহা কৰিছে। ইয়াৰ উপৰি তেওঁলোকে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হোৱা ৮ খন নাটক এই নাট্য সমাৰোহৰ বাবে নিৰ্বাচন কৰি উলিয়াইছে বুলি উক্ত সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।

Apply Now

উল্লেখযোগ্য যে এই নাট্য সমাৰোহত অসম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশ ৰাজ্যকেইখনৰ আঠটাকৈ নাট্যদলে অংশগ্ৰহণ কৰিব।

৪ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া ৫:৩০ বজাত উদ্বোধনী হ’বলগীয়া এই নাট্য সমাৰোহৰ প্ৰথমতে মণিপুৰৰ ট্ৰেজাৰ আৰ্ট এচ’চিয়েশ্যনৰ দ্বাৰা চাজিদা চাজিৰৰ পৰিচালিত তথা মোহন যোশীৰ লিখিত নাটক ‘’তামাচা এ নৌতংকি’’ মঞ্চস্থ কৰা হ’ব।

অনুস্থানটোৰ সভাপতি জীতেন শৰ্মাই জনোৱা অনুসৰি ৫ ফেব্ৰুৱাৰিৰ বিয়লি ৫:৪৫ বজাত নাগালেণ্ডৰ জ্যোতিস্মান নাট্যদলৰ শিল্পীসকলে ৰিপম ভৰদ্বাজৰ দ্বাৰা পৰিচালিত নাগা ভাষাৰ নাটক ‘কেশৰী’ মঞ্চস্থ কৰিব। লগতে সেইদিনাই ৬-১৫ বজাত বেনাৰসৰ শ্ৰীনগৰী নাট্য মণ্ডলীৰ দ্বাৰা অৰ্পিত শিধোৰৰ পৰিচালনাৰে মহাকবি ব্যাসৰ ৰচিত সংস্কৃত ভাষাৰ নাটক ‘মধ্যম ব্যায়োগ’ মঞ্চস্থ কৰিব।

তদুপৰি ৬ ফেব্ৰুৱাৰিৰ বিয়লি ৪:৪৫ বজাত গোৰক্ষপুৰৰ নাট্যদল দৰ্পনৰ শিল্পীসকলে শ্ৰীশান্ত কুমাৰ শ্ৰী বাস্তৱৰ পৰিচালনাত হিন্দী নাটক ‘ৰশ্মিৰথী’ আৰু ৬:১৫ বজাত ত্ৰিপুৰাৰ খোৱাইৰ নাট্যদল কালচাৰেল কেম্পেইনৰ দ্বাৰা সঞ্জয় কঔৰৰ পৰিচালনাত বাংলা ভাষাৰ নাটক ‘গুদ্দু গুদিৰ দুনীয়া’ মঞ্চস্থ কৰিব।

৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ নাট্যদল ভইছ থিয়েটাৰ আৰু বি জালান প্ৰডাকচনৰ দ্বাৰা মানিক ৰয়ৰ পৰিচালনাত জীতেন শৰ্মাৰ ৰচিত ‘শ্ৰীমন্ত শংকৰদেৱ’ মঞ্চস্থ কৰিব। উল্লেখযোগ্য যে এই নাটকখন হিন্দী ভাষাত মঞ্চস্থ কৰা হ’ব। উদ্যোক্তা কমিটিয়ে জানিবলৈ দিয়া মতে শংকৰদেৱৰ সৃষ্টিৰাজীৰ বিষয়ে অসমৰ বাহিৰৰ ৰাজ্যসমূহে বুজাত সহায়ক হোৱাৰ বাবে এই নাটকখন হিন্দী ভাষাত মঞ্চস্থ কৰিব।

নাট্য সমাৰোহৰ অন্তিম দিনা সন্ধিয়া ৬ বজাত মুম্বাইৰ এটি নাট্যদল বিংগ বেংগ থিয়েটাৰ ফাউণ্ডেশ্যনৰ শিল্পীসকলে বিবেক উপাধ্যায়ৰ দ্বাৰা পৰিচালিত তথা মুদ্ৰা ৰাক্ষসৰ ৰচনাৱলী হিন্দী নাটক ‘আল আফচাৰ’ মঞ্চস্থ কৰিব বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়ে।

এই সংবাদমেলত ভাৰতমুনি নাট্য সমাৰোহৰ আয়োজক কমিটিৰ সভাপতি জীতেন শৰ্মাৰ লগতে সংস্কাৰ ভাৰতীৰ ক্ষেত্ৰ প্ৰমুখ ড০ ধনঞ্জয় কুশৰে, কাৰ্যকৰ্তা ৰাজীৱ দত্তকে ধৰি অন্যান্য বহুকেইজন কৰ্মকৰ্তা উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd