DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫০ বছৰীয়া আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক উদযাপনৰ অংশ হিচাপে ভাৰত আৰু ভূটানে যৌথভাৱে মুকলি কৰিলে বিশেষ প্ৰতীক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2018 12:07 pm
ভাৰত-ভূটানৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ উপলক্ষে স্মাৰক চিহ্ন মুকলি কৰাৰ মুহূৰ্ত

ভাৰত-ভূটানৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ উপলক্ষে স্মাৰক চিহ্ন মুকলি কৰাৰ মুহূৰ্ত

131
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সুষমা স্বৰাজ আৰু ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিনপো ডামচো দৰ্জীয়ে দিল্লী আৰু থিম্ফুত ভাৰত আৰু ভূটানৰ আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এটা বিশেষ প্ৰতীক চিহ্ন মুকলি কৰিছে।

দুয়োখন দেশৰ মাজৰ ৫০ বছৰীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰাক্ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্স যোগে প্ৰতীক চিহ্ন টো মুকলি কৰা হয়।

এই অনুষ্ঠানত বক্তৱ্য ৰাখি সুষমা স্বৰাজে কয় যে ভাৰত আৰু ভূটানৰ মাজত বিৰল সম্পৰ্কৰ বন্ধুত্ব তথা পাৰস্পৰিক সহযোগিতা গঢ় লৈ উঠিছে মূল্যবোধ আৰু অগ্ৰাধিকাৰ, প্ৰগাঢ় বিশ্বাস আৰু বুজাবুজি, পৰস্পৰৰ প্ৰতি সন্মান আৰু পৰস্পৰৰ স্বাৰ্থৰ প্ৰতি সহমৰ্মিতাৰ বিনিময়ৰ মাজেৰে।

মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ জৰিয়তে সকলো পক্ষকে পাৰস্পৰিক লাভালাভৰ বাবে ভাৰত-ভূটান মিত্ৰতাৰ পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰি প্ৰচেষ্টা আৰু দায়বদ্ধতাৰে নতুন আলোকেৰে আগবাঢ়িবলৈ আহ্বান জনায়।

উচ্চ পৰ্যায়ৰ আদান প্ৰদানৰ বাহিৰেও দুয়োখন দেশে এই সোণালী বৰ্ষটো উদযাপনৰ বাবে বৰ্ষজোৰা সাংস্কৃতিক কাৰ্যসূচী, প্ৰদৰ্শনী আৰু আলোচনা চক্ৰৰ এলানি বিশেষ স্মাৰক কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে

Recent News

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd