DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬জনকৈ কৃষি বিষয়াক ধনৰ বিনিময়ত চাকৰি লোৱাৰ সন্দেহত দিচপুৰ থানাত জেৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 11:00 pm
Assam-Public-Service-Commission-APSC-570x320

এ পি এচ ছিৰ প্ৰতীক।

81
VIEWS
Share on FacebookShare on Twitter

ধনৰ বিনিময়ত চাকৰি লোৱাৰ সন্দেহত আজি দিচপুৰ থানাত ৬জন কৃষি উন্নয়ন বিষয়াক জেৰা কৰা হয়। কেলেংকাৰিটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে অসমৰ বিভিন্ন স্থানত কৰ্মৰত ৮জনক আজি দিচপুৰ থানালৈ তলৱ কৰিছিল যদিও ৬জনহে উপস্থিত থাকে। আজি আৰক্ষীৰ আগত হাজিৰ হোৱা ৬জন কৃষি উন্নয়ন বিষয়া হ’ল-

কোকৰাঝাৰৰ ধৃতিৰঞ্জন ৰয়, লখিমপুৰৰ জয়ন্তজিৎ দাস, ডিব্ৰুগড় অল্পনা দেউৰী, মাইবাঙৰ ছেইণ্টজনী ঝাহৰি, ডিফুৰ ৰুখেশ্বৰ তিমুং আৰু তিনচুকীয়াৰ জ্যোতিবন দত্ত।

জেৰাকাৰী আৰক্ষী বিষয়া সুজিৎ কুমাৰ শইকীয়াই জনোৱামতে আটাইকেইজনে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ অস্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে বেদান্ত বিকাশ নামৰ এজন বঞ্চিত প্ৰাৰ্থীয়ে ভঙাগড় থানাত দিয়া অভিযোগৰ ভিত্তিত কৃষি বিভাগত হোৱা এই বৃহৎ কেলেংকাৰিৰ তদন্ত কৰিছিল আৰক্ষীয়ে। এই তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ দিনত ২০১৩-১৪ চনৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কৃষি বিষয়া হিচাপে নিযুক্ত মুঠ ২৭জন বিষয়াৰ পৰীক্ষাৰ বহী ফৰেনছিক পৰীক্ষা কৰা হৈছিল।

এই পৰীক্ষাৰ প্ৰতিবেদনত ১৮জন বিষয়াই জালিয়াতি কৰা বুলি সন্দেহ কৰা হৈছে। এই সন্দেহৰ আৱৰ্তত থকা বিষয়াকেইজনক তদন্তকাৰী আৰক্ষীয়ে পৰ্য্যাক্ৰমে জেৰা কৰি থকা হৈছে। যোৱা ১৪ জুলাইত ৮জন কৃষি উন্নয়ন বিষয়াক জেৰা কৰাৰ পিছত আজি পুনৰ ৮জনক জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। অৱশ্যে ২জন অনুপস্থিত থাকে। অনুপস্থিত দুজন হ’ল মৌচুমী শইকীয়া আৰু বিদ্যুৎ কুমাৰ দাস।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd