• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬ জুলাইত লামডিঙত সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , June 30, 2018 4:58 pm

1 min read

৬ জুলাইত লামডিঙত সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা

প্ৰতিনিধিত্বমূলক ছবি

70
VIEWS
Share on FacebookShare on Twitter

ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী উপলক্ষে লামডিং ক্ৰীড়া সন্থাই অহা ৬ জুলাইত হোজাই জিলাৰ লামডিঙত ‘একতা যাত্ৰা’ শীৰ্ষক সদৌ অসম (প্ৰাইজমানি) মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

লামডিং ক্ৰীড়া সন্থাৰ ফালৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিটোত এই কথা উল্লেখ কৰি লগতে জনাই যে উক্ত মাৰাথন দৌৰ লামডিং অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা পুৱা ৬ বজাত আৰম্ভ হ’ব।

বিজয়ী প্ৰতিযোগী সকলক ক্ৰমে ৭,০০০ টকা (প্ৰথম), ৫,০০০ টকা ৯ (দ্বিতীয়) আৰু ৩,০০০ টকাৰ (তৃতীয়) পুৰস্কাৰ আগবঢ়োৱাৰ লগতে ৭ গৰাকী প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে দুৰণিৰ পৰা অহা অংশ গ্ৰহণকাৰী সকলক ৫ জুলাইৰ আবেলিৰ পৰা পিছদিনা দুপৰিয়াৰ আহাৰ গ্ৰহণৰ লৈকে থকা খোৱাৰ সুবিধা প্ৰদান কৰা হ’ব। অৱশ্যে এই ক্ষেত্ৰত বাহিৰৰ পৰা অহা প্ৰতিযোগীসকলে ৫ জুলাই আবেলি ৫ বজাৰ আগত সন্থাক অৱগত কৰিব লাগিব বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

এই বিষয়ে আৰু কিবা জানিব লগীয়া থাকিলে ইচ্ছুক প্ৰাৰ্থীয়ে লামডিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুদিপ কুমাৰ দাসক ৭০০২৬৪৩৪২২ নম্বৰত বা [email protected]. যোগাযোগ কৰিব পাৰে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd