DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

৭৩ সংখ্যক ম্যানমাৰ সেনা দিৱস উপলক্ষে ভাৰত-ম্যানমাৰ সেনা বাহিনীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2018 2:55 pm
93
VIEWS
Share on FacebookShare on Twitter

ভাৰত-ম্যানমাৰ সীমা সম্পৰ্ক দৃঢ় কৰাৰ উদ্দেশ্যে যোৱা মঙলবাৰে অসম ৰাইফলছৰ সিংঘাট বেটেলিয়ন আৰু ম্যানমাৰ সেনাৰ মাজত এক সীমান্ত চকী বৈঠক অনুষ্ঠিত হয়। ৭৩ সংখ্যক ম্যান্মাৰ সেনা দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে এনে এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

সেনাৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে মণিপুৰৰ বেহিয়াং স্থিত অসম ৰাইফলছ আৰু ম্যানমাৰৰ চিক্কাস্থিত ম্যানমাৰ সেনা বাহিনীৰ প’ষ্ট কামাণ্ডাৰে ম্যানমাৰৰ সীমান্তৱৰ্তী খেনমান গাঁৱত উক্ত বৈঠক অনুষ্ঠিত কৰিছিল।

দুয়োখন দেশৰ নিৰাপত্তা বাহীনিৰ মাজত অনুষ্ঠিত উক্ত বৈঠকত দেশ দুখনৰ অশান্ত সীমান্ত অঞ্চললৈ শান্তি ঘূৰাই অনাৰ ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

ম্যানমাৰ সেনাৰ এক আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত দুয়োখন দেশৰ নিৰাপত্তা বাহিনী দলৰ মাজত এখন বন্ধুত্বমূলক ভলীবল খেলৰ আয়োজন কৰা হয়।

Recent News

India vs Australia

গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰ: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

Kaziranga

কাজিৰঙাত ‘গজ উৎসৱ’: দুদিনৰ বাবে বন্ধ থাকিব হাতী আৰু জীপ ছাফাৰী

Supreme Court on Criminalisation Of Marital Rape

অপৰাধমূলক কাৰ্য হিচাপে বিবেচিত হ’বনে বৈবাহিক ধৰ্ষণ: ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

India vs Australia

চেন্নাইৰ চিদাম্বৰমত শৃংখলা দখলৰ যুঁজ: ভাৰতৰ সমুখত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd