• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰংজুলিত  চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান : কাঠসহ জব্দ পিকআপ ভান

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , July 28, 2018 12:58 pm

1 min read

IMG-20180728-WA0006
296
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত অবাধে চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে শেহতীয়াভাৱে এটা অভিযান আৰম্ভ কৰিছে। ৰংজুলিৰ আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত বন কৰ্মীৰ এটা অভিযানকাৰী দলে কালি আবেলি বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ আৰু কাঠ সৰবৰাহত ব্যৱহাৰ কৰা এখন পিকআপ ভান।

ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ঘাগ্ৰা ৰিজাৰ্ভৰ দাফিমাৰা’ত দিন দুপৰতে অসংখ্য অপৰিণত শাল গছ কাটি নিয়াৰ যো-জা চলাইছিল এচাম অসাধু কাঠ ব্যৱসায়ীয়েl বিশেষ সূত্ৰে  এই খবৰ পাই  বন বিভাগে আকস্মিক ভাবে উক্ত স্থনত অভিযান চলায়।

বন বিভাগৰ বৃহৎ দলটোৰ অভিযানৰ উমান পাই চোৰাং ব্যৱসায়ীসকল পলাবলৈ সক্ষম হয় যদিও বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠখিনিৰ সৈতে চোৰাং ব্যৱসায়ীকলে ব্যৱহাৰ কৰা এখন পিকআপ ভান গাড়ী জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগl

জব্দকৃত গাড়ী খনৰ পঞ্জীয়ন নম্বৰ – AS 18 – C – 3238 আৰু জব্দ কৰা শাল কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ বিশ হাজাৰ টকাতকৈয়ো অধিক হ’ব বুলি বন আঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd