DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰংজুলিত ১৮ কিঃ মিঃ খেদি জব্দ চোৰাং কাঠ সৰবৰাহ কৰা গাড়ী, বন বিভাগৰ শূন্যলৈ গুলী

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 28, 2018 11:11 am
Timber smuggler

বন বিভাগে জব্দ কৰা গাড়ীখন

107
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত দীৰ্ঘদিনৰ পৰা চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে আজি পুনৰ এক অভিযান চলায়।

ৰংজুলিৰ আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত চলোৱা অভিযানত বন বিভাগৰ এটা দলে ১৮ কিঃ মিঃ খেদি খেদি কাঠসহ এখন টাটা ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে  আজি পুৱতি নিশালৈ চলা এই অভিযানত  কাঠ সৰবৰাহ কৰা গাড়ীখন ৰখাবলৈ বন বিভাগে দুবাৰকৈ শূন্যলৈ গুলীচালনা কৰে।

আনহাতে খেদি যোৱা সময়ত চোৰাং ব্যৱসায়ী সকলে গাড়ীত থকা গছৰ কুণ্ডা সমূহ পেলাই বন বিভাগক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত কোঠাকুঠিৰ পৰা খেদি খেদি ৰংজুলি বানীয়াপাৰা হৈ নাগবাৰী পাহাৰৰ কাষত বন বিভাগে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছত অৱশিষ্ট কাঠসহ গাড়ীখনক আজি পুৱতি নিশা ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ অনা হয়। জব্দকৃত গাড়ীখনৰ পঞ্জীয়ন নম্বৰটো ঘহি ঘহি অস্পষ্ট কৰি থোৱা আছে৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২৫ জুনতো ৰংজুলি আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত বন বিভাগে মাটিয়া আৰক্ষীৰ সহযোগত অভিযান চলাই শিমলীতোলাৰ ভাটিপাৰাৰ পৰা কাঠসহ অবৈধ কাঠফলা মিল জব্দ কৰিছিল।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd